৮ জানুৱাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 নং শাৰী:
 
===জন্ম===
* ১৮৭২ - [[হেমচন্দ্ৰ গোস্বামী]], অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। ১৯২৮ চনৰ [[২ মে']] তাৰিখে তেখেতৰ মৃত্যু হয়।
#* ১৯৪২ খৃঃ - [[ষ্টিফেন হকিং]], বৃটেইনৰ প্ৰখ্যাত [[পদাৰ্থ বিজ্ঞান|পদাৰ্থ বিজ্ঞানী]]।
 
===মৃত্যু===