ভিতালী দাস: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox musical artist
| bgcolour = lightgray
| name = ভিতালী দাস
17 নং শাৰী:
| spouse =
| instrument =
| nationality = {{flagicon|IND}} ভাৰতীয়
| Ethnicity = [[অসমীয়া]]
| label = বিভিন্ন
24 নং শাৰী:
}}
'''ভিতালী দাস''' ({{lang-en|Vitali Das বা Bhitali Das }}; ৬ জুন, ১৯৭৯ – ২১ এপ্ৰিল, ২০২১) এগৰাকী অসমীয়া সংগীত শিল্পী আছিল। ভিতালী তেওঁৰ স্মৰণীয় আৰু সুৱলা কণ্ঠৰ বাবে জনপ্ৰিয় আছিল। তেওঁ [[জুবিন গাৰ্গ]] আদি বিভিন্ন শিল্পীৰ সৈতে ৫০০০ৰো অধিক বিহু গান গাইছিল।<ref>{{Cite web|url=https://www.sentinelassam.com/north-east-india-news/assam-news/assamese-singer-bhitali-das-body-to-be-cremated-at-nabagraha-with-covid-protocol-534927|title=Bihu Singer Bhitali Das Laid to Rest at Nabagraha Crematorium, Guwahati - Sentinelassam|first=Sentinel Digital|last=Desk|date=22 April 2021|website=www.sentinelassam.com}}</ref> জানমনি, জোনবাই, অঞ্জনা, ৰাংধালী, ৰহেদৈ, বগীতৰা, এনাজৰী আদি তেওঁৰ জনপ্ৰিয় বিহুসুৰীয়া গীতৰ এলবাম।<ref name="bio">{{cite web | url=https://biographyinsider.com/vitali-das/ | title=Vitali Das | publisher=biographyinsider.com | accessdate=April 25, 2021}}</ref><ref>{{Cite web|url=https://www.sentinelassam.com/north-east-india-news/assam-news/assamese-singer-bhitali-das-body-to-be-cremated-at-nabagraha-with-covid-protocol-534927|title=Bihu Singer Bhitali Das Laid to Rest at Nabagraha Crematorium, Guwahati - Sentinelassam|first=Sentinel Digital|last=Desk|date=April 22, 2021|website=www.sentinelassam.com}}</ref>
 
 
== মৃত্যু ==
২০২১ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ লতাশিল খেল পথাৰতখেলপথাৰত বিহু অনুষ্ঠান কৰাৰ পিছত ভিতালী দাস [[কৰ'নাভাইৰাছ ৰোগ ২০১৯|ক'ভিড-১৯]] পজিটিভ বুলি ধৰা পৰে। ১৬ এপ্ৰিলত তেওঁক গুৱাহাটীৰ কালাপাহাৰ ক'ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। পিছত তেওঁৰ অৱস্থা গুৰুতৰ হৈ উক্ত চিকিৎসালয়তে ২১ এপ্ৰিলৰ ৭.০৫ বজাত মৃত্যু হয়।<ref>{{Cite web|url=https://twitter.com/NewsLiveGhy/status/1384869089252941826|title=Eminent singer Vitali Das passes away - Twitter|first=Live|last=News|date=25 April 2021|website=twitter.com}}</ref> মৃত্যুৰ পূৰ্বে ভিতালী দাস [[বহুমূত্ৰ ৰোগ|মধুমেহ ৰোগতো]] আক্ৰান্ত আছিল।
 
== তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:ক'ভিড-১৯ বৈশ্বিক মহামাৰীত মৃত্যু হোৱা ব্যক্তি]]