শ্ৰী শ্ৰী বটদ্ৰৱা থান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
সম্পূৰ্ণ নাম সন্নিবিষ্ট কৰা হৈছে ।
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
1 নং শাৰী:
{{Infobox Mandir
|name = শ্ৰী শ্ৰী বটদ্ৰৱা থান[[আলিপুখুৰী]] থান
|image = Bordowa.jpg
|image_size = 250
28 নং শাৰী:
|website = [http://www.bordowathan.com/ bordowathan.com]
}}
'''বটদ্ৰৱা থান''' বা '''বৰদোৱা থান ''', চমুকৈ '''বৰদোৱা''' [[অসম]]ৰ এখন পৱিত্ৰ তীৰ্থস্থান। [[নগাঁও]] চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত<ref name="বৰদোৱা সত্ৰ">{{cite web| url=http://www.assaminfo.com/tourist-places/12/bordowa-satra.htm |title=Bordowa Satra |publisher=Assam info.com |accessdate=2012-11-25}}</ref>। মহাপুৰুষ [[শ্ৰীমন্ত শংকৰদেৱ]]ৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত '''বৰদোৱা''' বিশেষ মৰ্যাদা আছে। এই বৰদোৱাৰেই সমীপৱৰ্তী [[আলিপুখুৰী]]ত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল<ref name="amiasomiya"/>। ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল<ref name="amiasomiya"/>। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে এইখন মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা [[একশৰণ নাম ধৰ্ম]]ৰ প্ৰচাৰ কৰা হৈছিল<ref name="bordowathan">{{cite web | url=http://www.bordowathan.com/#!history/ | title=ইতিহাস | publisher=বটদ্ৰৱা থান ডট কম | accessdate=নৱেম্বৰ ২৬, ২০১২}}</ref><ref name="amiasomiya"/>। ই থানখনে ২৮৬ বিঘা মাটিকালি আগুৰি আছে<ref name="amiasomiya"/>।
 
==ইতিহাস==