নীলপৱন বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Infobox person
| name = নীলপৱন বৰুৱা
| image =Nil pawan baruha, famous painter of assam.png
| alt =
| caption = নীলপৱন বৰুৱা
| birth_name =
| birth_date = ১ জুন, ১৯৩৬
| birth_place = [[টীয়ক]], [[যোৰহাট]], [[অসম]]
| death_date =
| death_place =
| nationality = [[ভাৰতীয়]]
| other_names =
| known_for = চিত্ৰশিল্পী
| occupation =
}}
'''নীলপৱন বৰুৱা''' ({{lang-en|Neel Pawan Baruah}}) (জন্ম: ১ জুন, ১৯৩৬ - ) [[অসম|অসমৰ]] এগৰাকী খ্যাতনামা চিত্ৰশিল্পী।
 
 
'''নীলপৱন বৰুৱা''' ({{lang-en|Neel Pawan Baruah}}) (জন্ম: ১ জুন, ১৯৩৬ - ) [[অসম|অসমৰ]] এগৰাকী খ্যাতনামা চিত্ৰশিল্পী।
 
==জন্ম==
Line 22 ⟶ 20:
 
==শিক্ষা==
নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাছত কৃতকাৰ্য হৈ খেতি-খোলা আৰু সামাজিক কামত মনোনিবেশ কৰিম বুলি কলেজীয়া শিক্ষা লোৱা নাছিল। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে [[শান্তিনিকেতন]]-ত শিক্ষা লোৱাৰ মানস কৰে আৰু [[কলিকতা]]লৈ আহে। প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ, কিন্তু শান্তিনিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণী সমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰ কলা শাখাত শিক্ষা গ্ৰহনগ্ৰহণ কৰে।<ref name=bip>[http://www.oocities.org/bipuljyoti/art/neel.html মণীষ গোস্বামীয়ে লোৱা নীলপৱন বৰুৱাৰ সাক্ষাৎকাৰ, আহৰণ কৰা তাৰিখ ৩০-০১-২০১২]</ref>
 
১৯৬১ চনত শান্তিনিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোঁতে লগাতকৈ বেছি সময় লৈছিল। শান্তি নিকেতনৰ চিত্ৰ কলাৰ শিক্ষা সাং কৰি তেখেতে [[শ্ৰী নিকেতন]]ৰপৰা glazed pottery বিষয়ত শিক্ষা লয়।<ref name=bip /> পাছলৈ বৰুৱাই [[নতুন দিল্লী]]ৰ 'গাৰ্হি ষ্টুডিঅ'তো চিত্ৰাকংণৰ শিক্ষা লৈছিল।<ref name=art />
Line 28 ⟶ 26:
==কৰ্ম জীৱন==
১৯৬৬ চনত কলিকতাৰপৰা নীলপৱন বৰুৱা অসমলৈ আহে আৰু দেউতাকৰ ইচ্ছানুসৰি 'গুৱাহাটী আৰ্ট কলেজ'ত শিক্ষকৰ কামত যোগ দিয়ে।<ref name=bip />
১৯৭১ চনত [[অসম চাৰু-কাৰু কলা পৰিষদ]]প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
 
১৯৭১ চনত [[অসম চাৰু-কাৰু কলা পৰিষদ]]প্ৰতিষ্ঠা কৰে, লগতে 'বসুন্ধৰা কলা নিকেতন' নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে। ইয়াৰ পাছৰেপৰা বৰুৱাই চিত্ৰ-শিল্প সৃষ্টিৰ কামত লাগি আহিছে।
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভূৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
 
নীলপৱন বৰুৱাৰ অংকিত চিত্ৰ 'বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, কলিকতা', 'লক্ষ্ণৌ ললিত কলা একাডেমি', ভূৱনেশ্বৰভুৱনেশ্বৰ আদি ঠাইত প্ৰদৰ্শিত হৈছে। তেখেতৰ অংকতি ছবিয়ে 'ললিত কলা একাডেমি, দিল্লী'-ত অসমক প্ৰতিনিধিত্ব কৰিছে।
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ [[অসমৰ মুখা শিল্প|মুখা শিল্প]]ৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহন কৰিছিল। বৰুৱাই [[বৃন্দাৱনী বস্ত্ৰ]]ৰ বয়ন শিল্পক পুণৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।
 
১৯৮২ চনত বৰুৱাই অসমৰ লোক-কলা আৰু বৈষ্ণৱ [[অসমৰ মুখা শিল্প|মুখা শিল্প]]ৰ ওপৰত তিনিমহীয়া কাৰ্যশালা অনুষ্ঠিত কৰে। মুখা শিল্পৰ কাৰ্যশালাত মাজুলীৰ মুখা-শিল্পীয়ে অংশগ্ৰহনঅংশগ্ৰহণ কৰিছিল। বৰুৱাই [[বৃন্দাৱনী বস্ত্ৰ]]ৰ বয়ন শিল্পক পুণৰপুনৰ-জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল।
 
; চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত অংকিত চিত্ৰ
Line 39 ⟶ 37:
 
==ব্যক্তিগত জীৱন==
অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত [[দীপালী বৰঠাকুৰ]] নীলপৱন বৰুৱাৰ সহধৰ্মিনী। জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে 'মটৰ-নিউৰণ ৰোগ'ত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰোৱাৰ লগতে চলা-ফিৰা কৰিবলৈকো 'হুইল চকী'ৰ আশ্ৰয় ল'বলগীয়া হৈছিল। এনে অৱস্থাতে নীলপৱন বৰুৱাই ১৯৭৬ চনত দীপালী বৰঠাকুৰৰ লগত বিবাহ-পাশত আৱদ্ধ হয়। বিয়াৰ পাছত মৃত্যু পৰ্যন্ত বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল।<ref name=art>http://www.artslant.com/ind/events/show/131548-hieroglyphs</ref>
 
==গ্ৰন্থপঞ্জী==
* অন্য এক গতি (সংকলন)
* বসুন্ধৰা-১
* বসুন্ধৰা-২
 
==তথ্য উৎস==
{{reflist}}
 
 
==বাহ্যিক সংযোগ==
* [http://www.rukshaanart.com/?artist=119-Neel%20Pawan%20Barua.html চমু পৰিচয়]
* [http://www.artslant.com/ind/events/show/131548-hieroglyphs চিত্ৰ সংগ্ৰহ]
 
 
{{অসমৰ সুপ্ৰসিদ্ধ মানুহ}}