অনুৰাধা শৰ্মা পূজাৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ Category:জীৱনী [[Image:অনুৰাধা শৰ্মা পূজাৰ...
 
No edit summary
1 নং শাৰী:
{{Infobox person
|bgcolour = silver
|honorific_prefix =
[[Image:|name = অনুৰাধা শৰ্মা পূজাৰী.jpg|right|150px]]
|image = অনুৰাধা শৰ্মা পূজাৰী.jpg|200 px
|caption =
|birth_date = ১৯৬৪
|birth_place =
|death_date =
|death_place =
|occupation = লেখক, সাংবাদিক
|years_active =
|parents =
|spouse =
| children =
|website =
}}
অনুৰাধা শৰ্মা পূজাৰী(জন্ম ১৯৬৪) [[অসম]]ৰ নতুন প্ৰজন্মৰ অন্যতম শক্তিশালী লেখিকা |লেখিকা। ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]] বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে |কৰে। ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে |কৰে। তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে |কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে |কৰে। ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত ‘[[আমাৰ অসম]]’ কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান ‘[[সাদিন]]’ কাকতৰ সম্পাদক হিছাপে কাৰ্য্যৰত হৈ আছেআছে। | শ্ৰীশৰ্মা পূজাৰীৰ প্ৰকাশিত [[উপন্যাস]]সমূহ হ’ল- হৃদয় এক বিজ্ঞাপন, এজন ঈশ্বৰৰ সন্ধানত, কাঞ্চন, চাহেব‘চাহেব পুৰাৰ বৰষুণ,বৰষুণ’ ব’ৰাগী নদীৰ ঘাট, নাহৰৰ নিৰিবিলি ছাঁ, ৰাগ-অনুৰাগ | [[গল্প]] সংকলন হ’ল- বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়’গ্ৰাফী আৰু কেথাৰীনৰ সৈতে এটা নিৰ্জন দুপৰীয়া | আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলন- কলিকতাৰ চিঠি, ডায়েৰি, অট’গ্ৰাফ, আমেৰিকান চৰাইখানাত সংবাদ বসন্ত আৰু বন্ধু | ‘চাহেব পুৰাৰনামৰ বৰষুণ’ৰউপন্যাসখনৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে |
==সাহিত্য কৰ্মৰাজি==
===উপন্যাস===
*হৃদয় এক বিজ্ঞাপন
*এজন ঈশ্বৰৰ সন্ধানত
*কাঞ্চন
*চাহেব পুৰাৰ বৰষুণ
*ব’ৰাগী নদীৰ ঘাট
*নাহৰৰ নিৰিবিলি ছাঁ
*ৰাগ-অনুৰাগ
===গল্প সংকলন===
*বসন্তৰ গান
*এজন অসামাজিক কবিৰ বায়’গ্ৰাফী
*কেথাৰীনৰ সৈতে এটা নিৰ্জন দুপৰীয়া
===আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলন===
*কলিকতাৰ চিঠি
*ডায়েৰি
*অট’গ্ৰাফ
*আমেৰিকান চৰাইখানাত সংবাদ
*বসন্ত আৰু বন্ধু
 
[[Category:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[Category:জীৱনী]]
[[Image:অনুৰাধা শৰ্মা পূজাৰী.jpg|right|150px]]
 
অনুৰাধা শৰ্মা পূজাৰী(জন্ম ১৯৬৪) [[অসম]]ৰ নতুন প্ৰজন্মৰ অন্যতম শক্তিশালী লেখিকা | ১৯৮৭ চনত তেখেতে [[ডিব্ৰুগড় বিশ্ববিদ্যালয়]]ৰ পৰা [[সমাজ শাস্ত্ৰ]] বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে | ১৯৯৩ চনত [[কলিকতা]]ৰ পৰা [[সাংবাদিকতা]]ৰ পাঠ্যক্ৰম গ্ৰহণ কৰে | তাৰ পিছত [[পশ্চিমবংগ]] বোলছবি কেন্দ্ৰ,তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে | তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি [[কলিকতা]]ৰ একাডেমী অব ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে | ইয়াৰ পিছত [[গুৱাহাটী]]ৰ পৰা প্ৰকাশিত ‘[[আমাৰ অসম]]’ কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান ‘[[সাদিন]]’ কাকতৰ সম্পাদক হিছাপে কাৰ্য্যৰত হৈ আছে | শ্ৰীশৰ্মা পূজাৰীৰ প্ৰকাশিত [[উপন্যাস]]সমূহ হ’ল- হৃদয় এক বিজ্ঞাপন, এজন ঈশ্বৰৰ সন্ধানত, কাঞ্চন, চাহেব পুৰাৰ বৰষুণ, ব’ৰাগী নদীৰ ঘাট, নাহৰৰ নিৰিবিলি ছাঁ, ৰাগ-অনুৰাগ | [[গল্প]] সংকলন হ’ল- বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়’গ্ৰাফী আৰু কেথাৰীনৰ সৈতে এটা নিৰ্জন দুপৰীয়া | আত্মজীৱনীমূলক প্ৰৱন্ধ সংকলন- কলিকতাৰ চিঠি, ডায়েৰি, অট’গ্ৰাফ, আমেৰিকান চৰাইখানাত সংবাদ বসন্ত আৰু বন্ধু | ‘চাহেব পুৰাৰ বৰষুণ’ৰ বাবে ২০০৩ চনত তেখেতে [[অসম সাহিত্য সভা]]ৰ কুমাৰ কিশোৰ সোঁৱৰণি বঁটা লাভ কৰে |