মাধৱদেৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
27 নং শাৰী:
তেওঁ একাধিক [[বৰগীত]]<ref>{{cite web|url=http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA387&lpg=PA387&dq=Madhavdeva&source=bl&ots=mVFY0yGOt5&sig=sTGlQ0j6_roY1CDvIGphD70yUiY&hl=en&sa=X&ei=0LtEUbClB8LprQeIw4DQAg&ved=0CGoQ6AEwCTgU#v=onepage&q=Madhavdeva&f=false |title=Encyclopaedia of Indian Literature: A-Devo - Google Books |publisher=Books.google.co.in |date= |accessdate=2013-03-16}}</ref>, [[ভটিমা]], [[নাট]] ([[ভূমি লেটোৱা (ঝুমুৰা)|ঝুমুৰা]]) আদি ৰচনা কৰিছিল। মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক [[অংকীয়া নাট]]ৰ গীতো সন্নিৱিস্ত হৈ আছে। তেওঁ সৰ্বমুঠ ১৫৭টা [[বৰগীত]] ৰচনা কৰে জীৱন কালত, তাৰ ভিতৰত এটি উল্লেখনীয় বৰগীত হ’ল – ''তেজৰে কমলাপতি''।
 
==[https://www.class10assamese.online/2021/04/class-10-assamese-borgeet-question-answer.html আখ্যানমূলক ৰচনা]==
*ৰাজসূয় কাব্য
*আদিকাণ্ড ৰামায়ণ(অনুবাদ)[[https://as.m.wikisource.org/wiki/%E0%A6%86%E0%A6%A6%E0%A6%BF%E0%A6%95%E0%A6%BE%E0%A6%A3%E0%A7%8D%E0%A6%A1]]
"https://as.wikipedia.org/wiki/মাধৱদেৱ"ৰ পৰা অনা হৈছে