৭ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
1 নং শাৰী:
ইতিহাসৰ পাতত {{আজিৰ দিনটো -|7|05|123}}
 
(১) অসমৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম ঐতিহ্য জনতা ভৱনৰ এক গুৰুত্বপূৰ্ণ অংশ অগ্নিকাণ্ডত ভষ্মীভূত হয় ২০০৫ চনৰ আজিৰ দিনটোত।
 
(২) ১৮৪৯ চনৰ আজিৰ দিনটোত [[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]] আৰু জনআৰুজন বেথুনৰ নেতৃত্বত কলকাতাত প্ৰতিষ্ঠিত হয় ‘নেটিভ ব্ৰউন স্কুল’। পিছলৈ এইখনেই হয়গৈ ‘ব্ৰাউন স্কুল’।
 
(৩) কবিগুৰু [[ৰবীন্দ্ৰ নাথ ঠাকুৰ]]ৰ জন্ম হয় ১৮৬১ চনৰ আজিৰ দিনটোত।
"https://as.wikipedia.org/wiki/৭_মে%27"ৰ পৰা অনা হৈছে