৭ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

41 বাইট যোগ দিয়া হ’ল ,  2 বছৰৰ পূৰ্বে
No edit summary
 
==জন্ম==
*১৮১২ চনৰ আজিৰ দিনটোত ইংৰাজ কবি [[ৰবাৰ্ট ব্ৰাউনিং|ৰবাৰ্ট ব্ৰাউনিঙৰ]] জন্ম হয়।
*১৮৬১ চনৰ আজিৰ দিনটোত কবিগুৰু [[ৰবীন্দ্ৰ নাথৰবীন্দ্ৰনাথ ঠাকুৰ]]ৰ জন্ম হয়।
*১৮৬৮ চনৰ আজিৰ দিনটোত [[ব্লাদিশ্লাভ ষ্টেনিশ্লাভ ৰেমণ্ট]]ৰৰেমণ্টৰ জন্ম হয়। ‘দ্যা পীজেণ্ট’ নামৰ উপন্যাসৰ বাবে তেওঁ ১৯২৪ চনত সাহিত্যৰ [[নোবেল বঁটা]] লাভ কৰিছিল।
*১৮৯২ চনৰ আজিৰ দিনটোত যুগোশ্লাভিয়াৰ ৰাষ্ট্ৰপতি মাৰ্শ্বেল টিটোৰ জন্ম হয়।
 
2,157

টা সম্পাদনা