গৱেষণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2409:4065:418:7604:0:0:1932:48A4 (আলোচনা)-ই কৰা 271118 নম্বৰ সম্পাদনাটো বাতিল কৰা হৈছে
টেগ্‌: Undo ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
8 নং শাৰী:
 
==গৱেষণাৰ লক্ষ্য==
গৱেষণাৰ প্ৰাথমিক উদ্দেশ্যবোৰ হৈছে মানৱ জ্ঞানৰ উন্নতিৰ বাবে পদ্ধতি আৰু প্ৰণালীৰ নথিপত্ৰ, আৱিষ্কাৰ, ব্যাখ্যা, আৰু বিকাশ। বহুতো গৱেষক সন্মত যে বৈজ্ঞানিক গৱেষণাৰ লক্ষ্যবোৰ হৈছে: বিৱৰণ, পূৰ্বানুমান, ব্যাখ্যা, আৰু প্ৰয়োগ। <ref>MANUAL ON GOOD PRACTICES IN EXTENSION RESEARCH & EVALUATION, file:///Users/Jonali/Downloads/MANUAL-GoodPracticesinExtnResEvln-L.pdf</ref>কিছুমান ব্যক্তিয়ে লক্ষ্যৰ তালিকাত নিয়ন্ত্ৰণ আৰু প্ৰয়োগো যোগ দিয়ে।<ref>https://psychcentral.com/blog/understanding-research-methodology-3-goals-of-scientific-research#1</ref>
 
==গৱেষণাৰ উদ্দেশ্য==
"https://as.wikipedia.org/wiki/গৱেষণা"ৰ পৰা অনা হৈছে