গৱেষণা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
7 নং শাৰী:
* জে. ফ্ৰেন্সিছ ৰুমেলৰ মতে গৱেষণা হ’ল এনে এক প্ৰকাৰৰ প্ৰচেষ্টা, যাৰ জৰিয়তে জ্ঞানৰ আৱিষ্কাৰ, জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ সত্য প্ৰতিপন্ন কৰা হয়। উদ্দেশ্য আৰু গঠনৰ দিশৰ পৰা গৱেষণাৰ গোটেই প্ৰক্ৰিয়াটোৱেই হ’ল সত্যান্বেষণৰ প্ৰক্ৰিয়া। <ref>Methodology of Research in Education, Sidhu, Kulbir Sing, Sterling Publishars Pvt. Ltd. pp.2-3</ref>
 
==গৱেষণাৰ লক্ষ্য/উদ্দেশ্য==
গৱেষণাৰ প্ৰাথমিক উদ্দেশ্যবোৰ হৈছে মানৱ জ্ঞানৰ উন্নতিৰ বাবে পদ্ধতি আৰু প্ৰণালীৰ নথিপত্ৰ, আৱিষ্কাৰ, ব্যাখ্যা, আৰু বিকাশ। বহুতো গৱেষক সন্মত যে বৈজ্ঞানিক গৱেষণাৰ লক্ষ্যবোৰ হৈছে: বিৱৰণ, পূৰ্বানুমান, ব্যাখ্যা, আৰু প্ৰয়োগ। <ref>MANUAL ON GOOD PRACTICES IN EXTENSION RESEARCH & EVALUATION, file:///Users/Jonali/Downloads/MANUAL-GoodPracticesinExtnResEvln-L.pdf</ref>কিছুমান ব্যক্তিয়ে লক্ষ্যৰ তালিকাত নিয়ন্ত্ৰণ আৰু প্ৰয়োগো যোগ দিয়ে।<ref>https://psychcentral.com/blog/understanding-research-methodology-3-goals-of-scientific-research#1</ref>
 
==গৱেষণাৰ উদ্দেশ্য==
 
==গৱেষণাৰ বৈশিষ্ট্য==
"https://as.wikipedia.org/wiki/গৱেষণা"ৰ পৰা অনা হৈছে