২৯ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
4 নং শাৰী:
* [[১৪৫৩]] - [[কনষ্টাণ্টিনোপল বিজয়]]: [[ছুলতান]] [[দ্বিতীয় মুহাম্মদ (উছমানীয় ছুলতান)|দ্বিতীয় মুহাম্মদৰ]] নেতৃত্বত [[উছমানী সাম্ৰাজ্য|উছমানী]] সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী [[কনষ্টাণ্টিনোপল]] জয় কৰে আৰু [[বাইজেণ্টাইন সাম্ৰাজ্য|বাইজেণ্টাইন সাম্ৰাজ্যৰ]] সমাপ্তি ঘটে।
* [[১৭২৭]] - দ্বিতীয় পিটাৰ ৰাছিয়াৰ [[জাৰ]] হয়।
* [[১৯৫৩]] - [[তেনজিংটেনজিং নৰগেনৰ্গে]] আৰু [[এণ্ডমান হিলাৰী]]য়েহিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ [[মাউণ্ট এভাৰেষ্ট]] জয় কৰে। দুয়োজনৰ ভিতৰত তেনজিং নৰগে প্ৰথমে শৃঙ্গত উঠিছিল।
* [[১৯৬৮]]- [[মানচেষ্টাৰ ইউনাইটেড]] ফুটবল ক্লাবে [[ইউৰোপীয়ান কাপ]] জয় কৰে।
 
== জন্ম ==
"https://as.wikipedia.org/wiki/২৯_মে%27"ৰ পৰা অনা হৈছে