২৯ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 নং শাৰী:
== ঘটনাৱলী ==
* ১৩২৮ - পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে।
* ১৪৫৩ - কনষ্টাণ্টিনোপল বিজয়: ছুলতান [[দ্বিতীয় মুহাম্মদ (উছমানীয় ছুলতান)|দ্বিতীয় মুহাম্মদৰ]] নেতৃত্বত [[উছমানী সাম্ৰাজ্য|উছমানী]] সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী [[কনষ্টাণ্টিনোপল]] জয় কৰে আৰু [[বাইজেণ্টাইন সাম্ৰাজ্য|বাইজেণ্টাইন সাম্ৰাজ্যৰ]] সমাপ্তি ঘটে।
* ১৭২৭ - দ্বিতীয় পিটাৰ ৰাছিয়াৰ [[জাৰ]] হয়।
* ১৯৫৩ - [[টেনজিং নৰ্গে]] আৰু এণ্ডমান হিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ [[মাউণ্ট এভাৰেষ্ট]] জয় কৰে। দুয়োজনৰ ভিতৰত তেনজিং নৰগে প্ৰথমে শৃঙ্গত উঠিছিল।
* ১৯৬৮- মানচেষ্টাৰ ইউনাইটেড ফুটবল ক্লাবে ইউৰোপীয়ান কাপ জয় কৰে।
"https://as.wikipedia.org/wiki/২৯_মে%27"ৰ পৰা অনা হৈছে