১০ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

10 নং শাৰী:
 
==দিৱস==
(১৪) *বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱসদিৱস।
 
(১৩) আজি *ইজৰাইলৰ জাতীয় দিৱসদিৱস।
(৭) ২০০২ চনৰ আজিৰ দিনটোত বিশিষ্ট উৰ্দু কবি [[কাইফি আজমী]]ৰ মৃত্যু হয় ।
 
(৮) আফিকাৰ প্ৰথমজন কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি ৰূপে ১৯৯৪ চনৰ আজিৰ দিনটোতে [[নেলছন মেণ্ডেলা]]ই শপত গ্ৰহণ কৰে ।
 
(৯) ১৮২৯ চনৰ আজিৰ এই দিনটোত ইংৰাজ পদাৰ্থ বিজ্ঞানী, চিকিৎসক তথা মিছৰবিদ [[টমাছ ইয়ঙ]]ৰ মৃত্যু হৈছিল। পোহৰ যে প্ৰকৃততে তৰংগ তেৱেঁই প্ৰথমতে আৱিষ্কাৰ কৰিছিল ।
 
(১০) গুস্তাভ্ কাৰ্ছফ আৰু ৰবাৰ্ট বুনছেনে ‘ছিজিয়াম’ মৌল আৱিষ্কাৰৰ কথা ঘোষণা কৰে ১৮৬০ চনৰ আজিৰ দিনটোতে ৷
 
(১১) ফিলাডেলফিয়াত প্ৰথম মাতৃ দিৱস উদযাপিত হয় ১৯০৮ চনৰ আজিৰ দিনটোতে ।
 
(১৩) আজি ইজৰাইলৰ জাতীয় দিৱস ৷
 
(১৪) বিশ্ব পৰিভ্ৰমী তথা প্ৰৱজনকাৰী পক্ষী দিৱস ৷
 
{{-}}
"https://as.wikipedia.org/wiki/১০_মে%27"ৰ পৰা অনা হৈছে