এলনৱিক গাৰ্ডেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
4 নং শাৰী:
এলনৱিক বাগিচাখন সৰু যদিও মাৰাত্মক বিষাক্ত বাগিচা। এই বাগিচাখনত প্ৰায় ১০০ বিধ বিষাক্ত, নিচাজাতীয় উদ্ভিদ আছে। বাগিচাখনৰ চাৰিওদিশ লোহাৰ দেৱালেৰে আবৃত। এই বিষাক্ত বাগিচাখন কেৱল গাইডেঞ্চ টুৰৰ বাবেহে খোলা। এই বাগিচাখনৰ উদ্ভিদ আদিক চুই চোৱা বা তাৰ গোন্ধ লোৱা নিষেধ।<ref>{{cite web|title=Alnwick Poison Garden|url=https://www.alnwickgarden.com/the-garden/poison-garden/|year=|website=alnwickgarden.com|accessdate=9 june 2020}}</ref>
 
বাগিচাখন বৰ্তমান চাৰিটেবল ট্ৰাষ্টৰ (charitable trust) অন্তৰ্গত, যি নৰ্থম্বাৰলেণ্ড এষ্টেটৰ পৰা পৃথক হ’লেও নৰ্থম্বাৰলেণ্ড ১২ ডিউকে ৪২ একৰ (১৭ হেক্টৰ) অংশ অনুদান দিছে আৰু পুনৰ নবীকৰণৰ ব্যয়ৰ বাবে ৯ মিলিয়ন ডলাৰপাউণ্ড অৱদান আগবঢ়াইছে।
 
== বিষাক্ত বাগিচা ==