"এফ্ৰোডাইটি"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

54 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
| alt =
| caption =
| god_of = প্ৰেম, সৌন্দৰ্য আৰু যৌন আচৰণআচৰণৰ দেৱী
| member_of = দ্বাদশ অলিম্পিয়ান
| abode = অলিম্পাচ পৰ্বত
| symbol = ডলফিন, গোলাপ, সামুদ্ৰিক শামুকবিশেষৰ খোলা, মিৰটল (চিৰহৰিৎ গুল্মবিশেষ), কপৌ, [[ঘৰচিৰিকা]], কমৰবন্ধনী, আইনা, মুক্তা আৰু ৰাজহাঁ‌হ
| parents = [[ইলিয়াদ]]ৰ মতে: [[জ্যুচ]] আৰু [[ডায়'নে]]<ref>Homer, ''Iliad'' 5.370.</ref>
থিঅ'গনিৰ মতে: [[ইউৰেনাচ (গ্ৰীক দেৱতা)|ইউৰেনাচ]]ৰ খণ্ডিত অণ্ডকোষ আৰু সাগৰৰ ফেন<ref>Hesiod, ''Theogony'', 188-190</ref>
| siblings = এইকাচ, এঞ্জেল'চ, [[এপ'ল']], [[এৰিচ]], [[আৰ্টিমিচ]], [[এথেনা]], [[হাৰ্মিচ]], [[পাৰ্চিফোনি]] আদি
| children = [[এৰিচ]]ৰ ঔৰসত: [[ইৰ'চ]], {{efn|কোনো কোনো আখ্যানৰ মতে ইৰ'চ মহাশূণ্যমহাশূন্য বা কেঅ'চৰ পৰা জন্ম হৈছিল}} [[ফ'ব'চ]], [[ডেইম'চ]], [[হাৰমনিয়া]], আদি
[[হাৰ্মিচ]]ৰ ঔৰসত: হাৰ্মাফ্ৰ'ডিটাচ
[[প'জাইডন]]ৰ ঔৰসত: ৰ'ড'চ, এৰিক্সএৰিস্ক
ডায়'নিচাছৰ ঔৰসত: পেইথ', চেৰাইটচ, প্ৰিয়েপাচ
এঙ্কিচাছৰ ঔৰসত: এনিয়াচ
| mount =
| Roman_equivalent = ভেনাচ

'''এফ্ৰোডাইটি''' ({{lang-en|Aphrodite}}) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী।দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁ‌হ। {{sfn|Cyrino|2010|pages=121–122}}{{sfn|Tinkle|1996|page=81}}{{sfn|Cyrino|2010|pages=121–122}}{{sfn|Cyrino|2010|pages=63, 96}} কাইথিৰা, চাইপ্ৰাচ, কৰিন্থ আৰু এথেন্সতেই ঘাইকৈ এফ্ৰোডাইটি পন্থাৰ কেন্দ্ৰসমূহ আছিল। ''এফ্ৰোডাইছিয়া'' আছিল তেওঁৰ প্ৰতি উৎসৰ্গিত মূল উৎসৱ। তেওঁক যুঁজাৰু দেৱী হিচাপেও আৰাধনা কৰা হৈছিল। তেওঁ আছিল প্ৰাচীন গ্ৰীচৰ দেহোপজীৱিনীসকলৰ পৃষ্ঠপোষক যাৰ ভিত্তিতেই পণ্ডিতসকলে গ্ৰীক-ৰোমান সংস্কৃতিত প্ৰচলিত ''পবিত্ৰ দেহ ব্যৱসায়''ৰ ধাৰণাটো আগবঢ়ায়।

==জন্ম==

==আখ্যান==
কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে। {{sfn|Cyrino|2010|page=72}}{{sfn|Stuttard|2016|page=86}}{{sfn|Kerényi|1951|page=71}} কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফাষ্টিয়াচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। [[ওডিচী]]ৰ মতে তেওঁক এবাৰ [[এৰিচ]]ৰ সৈতে মিলনৰত অৱস্থাত হেফাষ্টিয়াচে ধৰা পেলাইছিল। {{sfn|Kerényi|1951|page=72}} দেৱ-দেৱীসকলক প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। {{sfn|Cyrino|2010|page=89}} [[ইলিয়াদ]]ত [[এথেনা]] আৰু [[হীৰা (গ্ৰীক দেৱী)|হীৰা]]ৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ ([[পেৰিছৰ বিচাৰ]]) সৈতেও এফ্ৰোডাইটি জড়িত। {{sfn|Walcot|1977|page=31}}

এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা [[ইৰ'চ]]ক দেখা পোৱা যায়। {{sfn|Cyrino|2010|page=44}}

==টোকা==
7,238

টা সম্পাদনা