7,238
টা সম্পাদনা
(added Category:গ্ৰীক দেৱতা using HotCat) |
No edit summary |
||
| alt =
| caption =
| god_of = প্ৰেম, সৌন্দৰ্য আৰু যৌন
| member_of =
| abode = অলিম্পাচ পৰ্বত
| symbol = ডলফিন, গোলাপ, সামুদ্ৰিক শামুকবিশেষৰ খোলা, মিৰটল (চিৰহৰিৎ গুল্মবিশেষ), কপৌ, [[ঘৰচিৰিকা]], কমৰবন্ধনী, আইনা, মুক্তা আৰু ৰাজহাঁহ
| parents = [[ইলিয়াদ]]ৰ মতে: [[জ্যুচ]] আৰু [[ডায়'নে]]<ref>Homer, ''Iliad'' 5.370.</ref><br />থিঅ'গনিৰ মতে: [[ইউৰেনাচ (গ্ৰীক দেৱতা)|ইউৰেনাচ]]ৰ খণ্ডিত অণ্ডকোষ আৰু সাগৰৰ ফেন<ref>Hesiod, ''Theogony'', 188-190</ref>
| siblings = এইকাচ, এঞ্জেল'চ, [[এপ'ল']], [[এৰিচ]], [[আৰ্টিমিচ]], [[এথেনা]], [[হাৰ্মিচ]], [[পাৰ্চিফোনি]] আদি
| children = [[এৰিচ]]ৰ ঔৰসত: [[ইৰ'চ]], {{efn|কোনো কোনো আখ্যানৰ মতে ইৰ'চ
| mount =
| Roman_equivalent = ভেনাচ
}}
'''এফ্ৰোডাইটি''' ({{lang-en|Aphrodite}}) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ
==জন্ম==
==আখ্যান==
কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে। {{sfn|Cyrino|2010|page=72}}{{sfn|Stuttard|2016|page=86}}{{sfn|Kerényi|1951|page=71}} কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফাষ্টিয়াচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। [[ওডিচী]]ৰ মতে তেওঁক এবাৰ [[এৰিচ]]ৰ সৈতে মিলনৰত অৱস্থাত হেফাষ্টিয়াচে ধৰা পেলাইছিল। {{sfn|Kerényi|1951|page=72}} দেৱ-দেৱীসকলক প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। {{sfn|Cyrino|2010|page=89}}
এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা [[ইৰ'চ]]ক দেখা পোৱা যায়। {{sfn|Cyrino|2010|page=44}}
==টোকা==
|
টা সম্পাদনা