গুণাভিৰাম বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''গুণাভিৰাম বৰুৱা''' (১৮৩৭-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্...
 
No edit summary
1 নং শাৰী:
{{ infobox writer
'''গুণাভিৰাম বৰুৱা''' (১৮৩৭-১৮৯৪) এগৰাকী [[অসমীয়া]] সাহিত্যিক, নাট্যকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক [[অসমীয়া সাহিত্য]]ৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়<ref name=datta>[http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA392&lpg=PA392&dq=satyendranath+sarma&source=bl&ots=mVA-YuFXr4&sig=9cHLs1l0nKsX_B9OjLAkjz0_F8A&hl=en&ei=19pwTsOKCIq8rAfd2ZmHBw&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEAQ6AEwBTgK#v=onepage&q=satyendranath%20sarma&f=false]The Encyclopaedia Of Indian Literature,Volume One,By Amaresh Datta, আহৰণ ২২.০৯.২০১১</ref>। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "[[ৰাম-নৱমী]]" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়<ref name=satya>[http://indianreview.in/modern-assamese-drama-satya-prasad-barua/]Modern Assamese Drama,by Satya Prasad Barua, আহৰণ ২২.০৯.২০১১</ref>।
| name = গুণাভিৰাম বৰুৱা
| image =
| imagesize =
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ১৮৩৭
| birth_place =
| death_date = ১৮৯৪
| death_place =
| resting_place =
| occupation = নাট্যকাৰ, বুৰঞ্জীবিদ, প্ৰবন্ধকাৰ, সমাজ সংস্কাৰক
| language = [[অসমীয়া]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = [[ভাৰত]]
| education =
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks = [[ৰাম-নৱমী]]
| spouse = বিষ্ণুপ্ৰিয়া
| partner =
| children = স্বৰ্ণলতা দেৱী<br/>[[কৰুণাভিৰাম বৰুৱা]]<br/>[[জ্ঞানদাভিৰাম বৰুৱা]]
| relatives =
| influences =
| influenced =
| awards =
| signature =
| signature_alt =
| website =
}}
'''গুণাভিৰাম বৰুৱা''' (১৮৩৭-১৮৯৪) এগৰাকী [[অসমীয়া]] সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক [[অসমীয়া সাহিত্য]]ৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়<ref name=datta>[http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA392&lpg=PA392&dq=satyendranath+sarma&source=bl&ots=mVA-YuFXr4&sig=9cHLs1l0nKsX_B9OjLAkjz0_F8A&hl=en&ei=19pwTsOKCIq8rAfd2ZmHBw&sa=X&oi=book_result&ct=result&resnum=6&ved=0CEAQ6AEwBTgK#v=onepage&q=satyendranath%20sarma&f=false]The Encyclopaedia Of Indian Literature,Volume One,By Amaresh Datta, আহৰণ ২২.০৯.২০১১</ref>। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "[[ৰাম-নৱমী]]" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়<ref name=satya>[http://indianreview.in/modern-assamese-drama-satya-prasad-barua/]Modern Assamese Drama,by Satya Prasad Barua, আহৰণ ২২.০৯.২০১১</ref>।
 
==শিক্ষা আৰু কৰ্ম জীৱন==
==চমু জীৱনী==
১৮৩৭ চনত গুণাভিৰাম বৰুৱাৰ জন্ম হয়। তেখেতে [[কলিকতা]]ৰ [[প্ৰেচিডেন্সী কলেজ]]ৰ পৰা উচ্চ শিক্ষা লাভ কৰি আইনৰ পাঠ্যক্ৰমো সম্পূৰ্ণ কৰে। [[আনন্দৰাম ঢেকিয়াল ফুকন]]ৰ পৰাও বৰুৱাই শিক্ষা লাভ কৰিছিল<ref name=siva>http://onlinesivasagar.com/literature/gunabhiram-barua.html</ref>।
 
কলিকতাৰ পৰা আহি বৰুৱাই ব্ৰিটিছ চৰকাৰৰ অধীনত অতিৰিক্ত সহকাৰী উপায়ুক্তৰ চাকৰিত যোগদান কৰে। ত্ৰিশ বছৰ চাকৰি কৰাৰ পাছত ১৮৯০ চনত তেখেতে অৱসৰ গ্ৰহণ কৰি [[গুৱাহাটী]]ত নিগাজীকৈ থাকিবলৈ লয়।
 
কলিকতাত থাকোঁতেই তেখেত সমাজ সংস্কাৰক [[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]]ৰ সান্নিধ্যলৈ আহে আৰু [[ব্ৰাহ্ম সমাজ]]ৰ দ্বাৰা অনুপ্ৰাণিত হয়<ref name=siva></ref>। ব্ৰাহ্মণ হোৱা সত্ত্বেও তেখেতে ব্ৰাহ্ম সমাজক আকোঁৱালি লৈ সমাজ সংস্কাৰমূলক কাম-কাজত মনোনিবেশ কৰে। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত তেখেতে এগৰাকী ব্ৰাহ্মণ বিধবা বিষ্ণুপ্ৰিয়াক বিয়া কৰায়<ref name=nali>[http://books.google.co.in/books?id=1lTnv6o-d_oC&pg=PA25&lpg=PA25&dq=gunabhiram+barua&source=bl&ots=uc3P8pIZFy&sig=dAlVEP0PF_DS1hHuvQMb0liyl2E&hl=en&ei=YwN7TtL-H8-fiAfJ_Kgp&sa=X&oi=book_result&ct=result&resnum=7&ved=0CD0Q6AEwBjgU#v=onepage&q=gunabhiram%20barua&f=false]Handbook of twentieth-century literatures of India,By Nalini Natarajan & Emmanuel Sampath Nelson, আহৰণ ২২.০৯.২০১১</ref>। নাৰী শিক্ষাৰ বাবেও তেখেতে প্ৰচেষ্টা চলাইছিল আৰু [[নগাঁৱ]]ত চাকৰি কৰি থাকোঁতে নিজৰ জীয়েক স্বৰ্ণলতা দেৱীক কলিকতালৈ শিক্ষা গ্ৰহণৰ বাবে পঠায়।
 
==সাহিত্যিক জীৱন==
অসমীয়া আলোচনী "[[অৰুণোদয়]]"ৰ পাতত গুণাভিৰাম বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে<ref name=datta></ref>। তাত তেখেতে নাৰী শিক্ষা আৰু বিবাহ সংস্কাৰৰ ওপৰত কিছু প্ৰবন্ধ লিখিছিল। ১৮৫৭ চনত তেখেতৰ প্ৰথম নাটক "[[ৰাম-নৱমী]]"ৰ পৰাই আধুনিক অসমীয়া নাট্য সাহিত্যৰ ধাৰা আৰম্ভ হয়। "ৰামচন্দ্ৰ" আৰু "নৱমী" নামৰ দুটা মুখ্য চৰিত্ৰ লৈ লিখা এই নাটৰ মূল বিষয়বস্তু আছিল বিধবা বিবাহ<ref name=satya></ref>। বিবাহ সংস্কাৰৰ সপক্ষে চলা আন্দোলনক ই যথেষ্ট ইন্ধন যোগায় আৰু ১৮৫৮ চনতব্ৰিটিছচনত ব্ৰিটিছ চৰকাৰে বিধবা বিবাহৰ ফালে আইনী ৰায় দিয়ে।দিয়ে<ref name=datta></ref>। ১৮৮৬ চনত লিখা তেখেতৰ আন এখন সামাজিক নাটক আছিল "বিবাহ ৰহস্য" য'ত কানি-আসক্ত অসমীয়া মানুহৰ চৰিত্ৰ বৰ্ণনা কৰা হৈছিল। কিন্তু এইখন নাট সম্পূৰ্ণ নহ'ল।
 
 
১৯৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই "[[অসম বন্ধু]]" নামৰ এখন আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰে। ইয়াতো তেখেতৰ আৰু আন প্ৰবন্ধকাৰৰ বহু ৰচনা প্ৰকাশ পাইছিল<ref name=nali></ref>। তেখেতে প্ৰথম অসমীয়া জীৱনী "আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত" ১৮৮০ চনত লিখি উলিয়ায়<ref name=nali></ref>। তেখেতৰ আন এক গুৰুত্বপূৰ্ণ অৱদান আছিল ১৮৮৪ চনত লিখা "অসম বুৰঞ্জী" য'ত প্ৰাচীন কালৰ পৰা অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে ঘটনাৱলী বৰ্ণনা কৰা হৈছে<ref name=datta></ref>। মৃত্যুৰ পিছত ১৯১২ চনত প্ৰকাশ পোৱা "কঠিন শব্দৰ ৰহস্য ব্যাখ্যা" এখন হাস্যৰসাত্মক পুথি<ref name=nali></ref>। তাৰোপৰি তেখেতে "[[জোনাকী]]" আলোচনীত "সৌমাৰ ভ্ৰমণ", "অলিখিত বুৰঞ্জী" আদি প্ৰবন্ধ সহজ-সৰল ভাষাৰে লিখি গৈছে<ref name=nali></ref>।
 
 
গুণাভিৰাম বৰুৱাৰ পত্নী আৰু সন্তানো তেখেতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। জী স্বৰ্ণলতাই "[[ল'ৰাৰ বন্ধু]]" আলোচনীলৈ বৰঙণি আগবঢ়াইছিল। ১৮৮৪ চনত তেখেতৰ পত্নীয়ে "নীতি কথা" নামৰ এখন পুথি লিখে<ref name=siva></ref>। পুত্ৰ [[কৰুণাভিৰাম বৰুৱা]]ই ১৮৮৮ চনত প্ৰথম অসমীয়া শিশু আলোচনী "[[ল'ৰাৰ বন্ধু]]" আলোচনী সম্পাদনা কৰিছিল আৰু [[জ্ঞানদাভিৰাম বৰুৱা]] পিছলৈ [[অসম সাহিত্য সভা]]ৰ সভাপতি নিৰ্বাচিত হৈছিল<ref name=siva></ref><ref>http://enajori.com/literature/lit_org/Asam_Sahitya_Sabha.html</ref>।
 
 
১৮৯৪ চনত গুণাভিৰাম বৰুৱাৰ মৃত্যু ঘটে।
 
==তথ্যসুত্ৰ==
<div style="font-size:0.8em">
{{reflist}}
</div>
 
 
[[শ্ৰেণী:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]