শংকুৰাজ কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
26 নং শাৰী:
শংকুৰাজ কোঁৱৰৰ পিতৃ আৰ‍‍ক্ষী বিভাগত কৰ্মৰত হোৱাৰ বাবে তেও সৰুকালত অসমৰ বিভিন্ন স্থানত থাকিব লগা হৈছিল। ১৯৯৫ চনত তেওলোক স্থায়ীভাৱে [[যোৰহাট]]লৈ আহে আৰু তাতেই তেও শিক্ষাজীৱন আৰম্ভ কৰে। তেঁওৰ ঘৰত সৰুৰে পৰাই সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল, যদিও তেও শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লোৱা নাছিল। সৰুকালত তেও [[ড° ভূপেন হাজৰিকা]], [[জয়ন্ত হাজৰিকা]], [[পাৰ্বতী প্ৰসাদ বৰুৱা]], [[লোকনাথ গোস্বামী]] আদি গায়কৰ গান শুনি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। অসমীয়াৰ উপৰিও তেও পশ্চিমীয়া সংগীতৰ প্ৰতিও যথেষ্ট আকৃষ্ট হৈছিল।
 
যোৰহাটত শিক্ষা জীৱন আৰম্ভ কৰি তেও [[ডিব্ৰুগড়]]ৰ চল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা সামাপ্ত কৰে আৰু তাৰ পাছত যোৰহাট আভিযান্ত্ৰিক মাহাবিদ্যলয়ত ভৰ্তি হয়। ইঞজিনিয়াৰিংইঞ্জিনিয়াৰিং শিক্ষা সমাপ্ত কৰি তেও চাকৰিৰ বাবে মুম্বাইলৈ যায়, কিন্তু কিছুদিনা পাছতে চাকৰি বাদ দি পুণৰ পঢ়ালৈ ঘুৰি যায়পঢ়ে আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে পঢ়ি থকা সময়তে তেও নিজৰ প্ৰথমটি গীত মুকলি কৰে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সংগীত পৰিবে‍‍শন কৰাৰ নিমন্ত্ৰণ পাবলৈ ধৰে। তেনেদৰেই তেও পেছাদাৰী সংগীত জগত খনত ভৰি দিয়ে।
 
==কৰ্মজীৱন==