অসমৰ লোকবাদ্য: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎ভোৰতাল: Fixed the bogus file option lint error
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{inadequate lead}}
<!--চমু পৰিচয় এটাৰ প্ৰয়োজন -->
{{About|অসমৰ লোকবাদ্যসমূহৰ|বিহুৰ বাদ্যযন্ত্ৰসমূহৰ বিষয়ে জানিব|বিহুৰ বাদ্যযন্ত্ৰ}}
 
অসমৰ[[অসমীয়া গাঁৱে-ভূঞেসংস্কৃতি]]ৰ সিঁচৰতিবিভিন্ন হৈউৎসৱ-পাৰ্বন, আছে নানানৃত্য-বৰণীয়াগীত লোকআদিৰ সংস্কৃতিৰসৈতে সম্ভাৰ।পৰম্পৰাগতভাৱে অসমৰসংগত শিল্পীয়েকৰা বজোৱাবাদ্যযন্ত্ৰসমূহক বাদ্যসমূহেঅসমৰ এই সম্ভাৰ সমৃদ্ধ কৰাত প্ৰচুৰ অৰিহণা যোগাইছে। অসমৰলোকবাদ্য সম্পদআখ্যা হিচাপেদিয়া চিহ্নিতহয়। সাঁচিপতীয়া[[সাঁচিপাত]]ৰ পুথিবোৰত বাদ্যযন্ত্ৰৰ উল্লেখ আছে। পুৰণি বুৰঞ্জীত পঞ্চশব্দৰ বিৱৰণ আছে। শংখ, মৃদংগ, পাখোজাজ, দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে। মহাপুৰুষ মাধৱদেৱৰ বৰগীতত বাদ্যযন্ত্ৰৰ বিষয়ে পোৱা যায়। এই বাদ্যযন্ত্ৰবোৰ পোন প্ৰথম কোনে,কেতিয়া আৱিষ্কাৰ কৰিছিল তাৰ উল্লেখ নাই যদিও এইটোবাদ্যযন্ত্ৰবোৰ ঠিকচহাসকলৰ যেসৃষ্টি বাদ্যযন্ত্ৰবোৰবুলি চহাসকলৰগণ্য কৰা সৃষ্টি।হয়।<ref>সম্ভাৰ,অসমীয়া প্ৰতিদিন,২৭ ছেপ্টেম্বৰ,২০১৫,লেখক-কৃষ্ণ ডেকা</ref>
 
==ঢোল==
[[File:ঢোলৰ সৈতে ঢুলীয়া.JPG|thumb|200px|ঢোলৰ সৈতে ঢুলীয়া]]
{{Main|ঢোল}}
ঢোল অসমৰ জনংস্কৃতিত সকলোতকৈ গুৰত্বপুৰ্ণ বাদ্য যন্ত্ৰ বুলি ক’লেকোৱা বোধহয় ভুল নহব।হয়। অসমৰ সকলো জনগোষ্ঠীৰে যিকোনো উৎসবত ঢোল অপৰিহাৰ্য্য। সেইবাবে অসমৰ বিভিন্ন ঠাইত ভিন ভিন প্ৰকাৰৰ ঢোল লগতে বৈশিষ্টগত বাদন প্ৰণালী আছে। ঢোলক অসমীয়ালোকে দেৱবাদ্য বুলি গণ্য কৰে। ঢোলৰ উৎপত্তি কৈলাসত আৰু তাৰ পৰাই পাণ্ডৱ অৰ্জুনে ইয়াক মৰ্ত্যলৈ নমাই অনা বুলি লোককথাত পোৱা যায়। পৃথিবীৰ প্ৰায়বিলাক লোক সংস্কৃতিতেই ঢোল জাতীয় বাদ্য ব্যৱহৃত হোৱা দেখা যায়। কিন্তু অসমীয়া ঢোলৰ সৰু আকাৰ আৰু তুলনামুলক ভাবে যথেষ্ট ডাঙৰ শব্দৰ লগতে ইয়াৰ ভিন ভিন ব্যৱহাৰে ইয়াক আন সকলোবিলাক ঢোলৰ তুলনাত পৃথক বৈশিষ্ট্য প্ৰদান কৰিছে। এসময়ত ঢোলৰ ছেৱেৰে মতলীয়া কৰিব পৰা ডেকাকহে অসমীয়া গাভৰুৱে জীৱন সংগিনী কৰিবলৈ বাছনি কৰিছিল। অৰ্থাৎ ঢোল বজাব পৰাটো এসময়ত অসমীয়া ডেকাৰ পৌৰুষৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল। ঢোলক মানুহৰ প্ৰজনন শক্তিৰ পৰিছায়ক বুলিও ভবা হয়। অসমীয়া সমাজত বৰঢোল, পাতি ঢোল, ঢেপাঢোল আদি কেইবাপ্ৰকাৰৰো ঢোলৰ প্ৰচলন আছে।<ref>{{cite web|url=http://www.anvesha.co.in/assamese/dhol_as.htm |title=Home |publisher=Anvesha.co.in |date= |accessdate=2013-03-06}}</ref>
 
==পেঁপা==