ডিব্ৰুগড় বিশ্ববিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

65 নং শাৰী:
 
==শৈক্ষিক দিশ==
[[চিত্ৰ:jyotibatchora.jpg|250px|thumb|right|জ্যোতি বাটচ'ৰা]]
ডিব্ৰুগড় বিশ্বাবিদ্যালয়ত ২০০১-২০০২ শিক্ষাবৰ্ষৰ পৰা স্নাতকোত্তৰ পাঠ্যক্ৰম সমূহত ষান্মাসিক পদ্ধতি প্ৰয়োগ কৰা হৈছে আৰু ২০০৯-২০১০ শিক্ষাবৰ্ষৰ পৰা ইয়াক Choice Based Credit Systemলৈ উন্নীত কৰা হৈছে। ২০১১-২০১২ শিক্ষাবৰ্ষৰপৰা প্ৰযোজ্য হোৱাকৈ বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়সমূহৰ স্নাতক পাঠ্যক্ৰমত ষান্মাসিক পদ্ধতিৰ সূচনা কৰা হৈছে।