গোলাঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
121 নং শাৰী:
 
==ৰাজনীতি==
গোলাঘাট [[কলিয়াবৰ (লোকসভা সমষ্টি)]]ৰ অন্তৰ্গত। গোলাঘাট জিলাৰ বিধানসভা সমষ্টিৰ সংখ্যা ৫টা। বোকাখাট, দেৰগাওঁ, খুমটাই, গোলাঘাট আৰু সৰুপথাৰ। গোলাঘাট, খুমটাই আৰু সৰুপথাৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক [[ভাৰতীয় জাতীয়জনতা কংগ্ৰেছপাৰ্টি]]ৰ ক্ৰমে অজন্তা নেওগ, মৃণাল শইকীয়া আৰু ৰ'জলিনাবিশ্বজিৎ তিৰ্কী।ফুকন। ইয়াৰোপৰি [[অসম গণ পৰিষদ]] দলৰ অতুল বৰা (কেবিনেট মন্ত্ৰী) আৰু ভবেনভবেন্দ্ৰ নাথ ভৰালী ক্ৰমে বোকাখাট আৰু দেৰগাওঁদেৰগাঁও সমষ্টিৰ বিধায়ক। ভাৰতীয় জনতা পাৰ্টীৰ দখলত থকা খুমটাই দলৰ বিধায়ক মৃণাল শইকীয়া।
 
==বাহ্যিক সংযোগ==
"https://as.wikipedia.org/wiki/গোলাঘাট"ৰ পৰা অনা হৈছে