সংস্কৃতি গ্ৰহণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
উদ্ধৃতি শুদ্ধকৰণ।
1 নং শাৰী:
সংস্কৃতি গ্ৰহণ( ইংৰাজী Acculturation )এক সাংস্কৃতিক প্ৰক্ৰিয়াপ্ৰক্ৰিয়া। ।যিযি প্ৰক্ৰিয়াত কোনো এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যৰ প্ৰভাৱৰ  ফলত পৰিৱৰ্তিত হয় তাৰ নামেই সংস্কৃতি গ্ৰহণ ।গ্ৰহণ। এই প্ৰক্ৰিয়াৰ দ্বাৰা এটা জনগোষ্ঠীৰ সাংস্কৃতিক জীৱন আন এটা জনগোষ্ঠীৰ সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হয়হয়। ।ঐতিহাসিকঐতিহাসিক পুনৰ্গঠনৰ দিশত সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াই গুৰুত্ব আৰোপ কৰে । কৰে।<ref> name="অসমীয়া লোক - সংস্কৃতিৰ">{{cite book | title=আভাস ,| author=ড° নবীন চন্দ্ৰ শৰ্মা ,| publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড ,| পাণবজাৰlocation = পাণবজাৰ,গুৱাহাটী, -| year=প্ৰথম প্ৰকাশ ১৯৮৯, [[Tel:781001|৭৮১০০১]] page=২৬-২৭}}</ref>
 
১৯৩৫ চনত সংস্কৃতি গ্ৰহণৰ সূত্ৰ দিয়া হৈছিল এনেদৰে - "বিভিন্ন সংস্কৃতিৰ জনসমষ্টিৰ মাজত নিয়ত আৰু প্ৰত্যক্ষ সান্নিধ্যৰ ফলস্বৰূপে এটা জনএটাজন সমষ্টি বা গোটেই কেইটা জনসমষ্টিৰ সাংস্কৃতিক প্ৰতিমান পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়া বিশেষৰ নাম সংস্কৃতি গ্ৰহণ ।গ্ৰহণ।" <ref> name="Memorandum on the study of Acculturation,">{{cite book | title=R.Redfield, | location=American Anthropologist ,| year=1936}}</ref> পৰৱৰ্তীকালত এই সূত্ৰটো পৰিৱৰ্তিত আৰু পৰিবৰ্ধিত হৈছে ।হৈছে। সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াত সান্নিধ্যৰ স্থিতিকাল আৰু গভীৰতাই অন্যতম প্ৰয়োজনীয় উপাদান হ'ব নোৱাৰেনোৱাৰে।
 
সংস্কৃতি গ্ৰহণ হৈছে প্ৰক্ৰিয়া অৱস্থাত থকা সাংস্কৃতিক সঞ্চাৰণসঞ্চাৰণ। ।সংস্কৃতিসংস্কৃতি গ্ৰহণত ঐতিহাসিক সত্যতা বা ঘটনাৰ আভাস পোৱা যায়যায়। ।সংস্কৃতিসংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াত  সমসাময়িক যুগৰ জনযুগৰজন সমষ্টিৰ  সান্নিধ্যই প্ৰাধান্য লাভ কৰেকৰে। ।ঐতিহাসিকঐতিহাসিক জনসমষ্টিৰ মাজৰ দূৰ অতীতত সংঘটিত হোৱা সান্নিধ্যৰ বিষয়েও সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াৰ জৰিয়তে বিচাৰ কৰিব পাৰিপাৰি। ।ইয়াৰইয়াৰ লগত মনস্তাত্ত্বিক দিশ এটাও  জড়িত হৈ থাকেথাকে।
 
== উদাহৰণ ==
•উত্তৰ* উত্তৰ পূব ভাৰতৰ ক্ষেত্ৰত মিজো ,নগা আদি জনজাতীয় লোকৰ পৰম্পৰাগত জীৱনৰ পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত পৰিবৰ্তন ঘটিছে।
•ভাৰতৰ* ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ চাহ বাগিচালৈ অহা বনুৱা লোকসকলৰ সাংস্কৃতিক জীৱন , অসমীয়া সংস্কৃতিৰ প্ৰভাৱত সলনি হৈছে।
* অসমলৈ অহা টাই আহোমসকলৰ জীৱন পদ্ধতি আৰু সাংস্কৃতিক সমলৰাজি অসমৰ হিন্দু সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হৈছেহৈছে।
 
এইবোৰেই সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াৰ উদাহৰণ।<ref name="অসমীয়া লোক - সংস্কৃতিৰ আভাস">{{cite book | title=অসমীয়া লোক - সংস্কৃতিৰ আভাস | publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড | author=ড° নবীন চন্দ্ৰ শৰ্মা | year=১৯৮৯ | pages=২৭ | isbn=8176430455}}</ref>
•ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা অসমৰ চাহ বাগিচালৈ অহা বনুৱা লোকসকলৰ সাংস্কৃতিক জীৱন , অসমীয়া সংস্কৃতিৰ প্ৰভাৱত সলনি হৈছে।
 
• অসমলৈ অহা টাই আহোমসকলৰ জীৱন পদ্ধতি আৰু সাংস্কৃতিক সমলৰাজি অসমৰ হিন্দু সংস্কৃতিৰ জৰিয়তে সম্পূৰ্ণভাৱে পৰিৱৰ্তিত হৈছে ।
 
এইবোৰেই সংস্কৃতি গ্ৰহণ প্ৰক্ৰিয়াৰ উদাহৰণ।<ref name="অসমীয়া লোক - সংস্কৃতিৰ আভাস">{{cite book | title=অসমীয়া লোক - সংস্কৃতিৰ আভাস | publisher=বাণী প্ৰকাশ প্ৰাইভেট লিমিটেড | author=ড° নবীন চন্দ্ৰ শৰ্মা | year=১৯৮৯ | pages=২৭ | isbn=8176430455}}</ref>
 
== তথ্য সংগ্ৰহ ==
<nowiki>{{reflist}}</nowiki>
 
<references />