অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
17 নং শাৰী:
|relatedto =
}}
'''অক্ষয় তৃতীয়া''' (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি।তিথি<ref>{{cite web |title=Akshaya Tritiya 2017: Here is Why it is of significance in Hinduism and reason behind people buying Gold on this day!|date=28 April 2017|website=NewsGram |url=https://www.newsgram.com/akshaya-tritiya-2017-here-is-why-it-is-of-significance-in-hinduism-and-reason-behind-people-buying-gold-on-this-day/}}</ref>। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু ভগৱান গণেশে মিলি [[মহাভাৰত]] ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে [[গঙ্গা]] নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে। এই উৎসৱ ভাৰত আৰু নেপালৰ হিন্দু তথা জৈন সকলৰ দ্বাৰা আঞ্চলিকভাবে এক শুভ সময় হিচাপে পালন কৰে<ref name="Gupte">[[#Gupte|Gupte 1994]], p. 5</ref><ref>{{cite book|title=India through the ages|url=https://archive.org/details/indiathroughages00mada|last=Gopal|first=Madan|year= 1990| page= [https://archive.org/details/indiathroughages00mada/page/65 65]|editor=K.S. Gautam|publisher=Publication Division, Ministry of Information and Broadcasting, Government of India}}</ref>। এই উৎসৱ "অক্ষয় নোহোৱা সমৃদ্ধিৰ তৃতীয় দিন" হিচাপে চিহ্নিত।<ref name=joseph135>{{cite book|author=P. M. Joseph|title=Jainism in South India|url=https://books.google.com/books?id=vHnXAAAAMAAJ| year= 1997|publisher= International School of Dravidian Linguistics|isbn=978-81-85692-23-4|pages=135–136}}</ref>
 
==তথ্য সংগ্ৰহ==
{{Reflist}}