অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

21 নং শাৰী:
 
==জৈন বিশ্বাস==
[[File:Lord Rishabhdeva and King Shreyans.jpg|thumb|150px|right|ৰজা শ্ৰেয়াংশে ঋষভনাথক কুঁহিয়াৰৰ ৰস পান কৰাইছে]]
জৈন ধৰ্ম মতে প্ৰথম তীৰ্থাংকৰ ভগৱান ঋষভদেৱে তেওঁৰ এবছৰ কাল কৰা তপস্যাৰ সমাপ্তি ঘটাবলৈ তেওঁৰ হাতৰ চলুত কুঁহিয়াৰৰ ৰস বাকী দি পিবলৈ দিয়া হৈছিল। কোনো কোনো জৈন লোকে এই উৎসৱক বৰ্ষ তপ বুলিও কয়।<ref name="Melton2011p18"/> গুজৰাটৰ পালিটানা অঞ্চলৰ সাধু সকলে উপবাস বা তপস্যা কৰিও এই উৎসৱ পালন কৰে।<ref name="Melton2011p18"/> এই দিনটোত যি সকল লোকে এবছৰৰ উপবাস পালন কৰে( যাক বৰ্ষ তপ বুলিও জনা যায়) সেই উপবাস কুঁহিয়াৰৰ ৰস পান কৰি ভংগ কৰে।<ref>{{cite web |title=Hindus and Jains celebrate Akshayya Tritiya for their own reasons |url=http://www.merinews.com/article/hindus-and-jains-celebrate-akshaya-tritiya-for-their-own-reasons/15885447.shtml |publisher=Merinews |access-date=May 13, 2013 |archive-url=https://web.archive.org/web/20130612070911/http://www.merinews.com/article/hindus-and-jains-celebrate-akshaya-tritiya-for-their-own-reasons/15885447.shtml |archive-date=12 June 2013 |url-status=dead }}</ref>