যক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

37 নং শাৰী:
 
==হিন্দুধৰ্ম==
[[মৌৰ্য সাম্ৰাজ্য]]ৰ সময়ৰেপৰা [[ভাৰত]] পাটনা, বিদিশা, পৰ্খম, বেচনগৰ আদি ঠাইত বিভিন্ন যক্ষৰ মূৰ্ত্তি দেখা পোৱা যায়। আদি অৱস্থাত এই যক্ষসকলক সম্ভৱতঃ অৰণ্য আৰু গাওঁসমূহৰ দেৱতা হিচাপে গণ্য কৰা হৈছিল। পৰৱৰ্ত্তী কালত তেওঁলোকক মানুহে ভূমিৰ দেৱতা আৰু মাটিৰ তলত পুতি থোৱা ধন-সম্পত্তিৰ ৰক্ষক হিচাপে গণ্য কৰিবলৈ লয়।<ref name="RDeC">{{cite book|title=Haunting the Buddha: Indian Popular Religions and the Formation of Buddhism|last=DeCaroli|first=Robert|year=2004|publisher=Oxford University Press, US| isbn=978-0-19-516838-9}}</ref>
 
===কুবেৰ===
হিন্দুসকলৰ মতে সম্পত্তিৰ দেৱতা [[কুবেৰ]] বা ''কুবেৰন'' হৈছে যক্ষসকলৰ ৰজা। তেওঁক দিশসমূহৰ প্ৰহৰী অৰ্থাৎ দিকপাল আৰু পৃথিৱীৰ ৰক্ষাকৰ্তা অৰ্থাৎ লোকপাল বুলি কোৱা হয়। <ref>{{cite book|url=https://books.google.com/books?id=qmUssUXUFFYC&pg=PA359 |title=The Poems of Sūradāsa|publisher=Abhinav publications|year=1999|isbn=9788170173694}}</ref>
 
==বৌদ্ধধৰ্ম==
==জৈনধৰ্ম==
"https://as.wikipedia.org/wiki/যক্ষ"ৰ পৰা অনা হৈছে