যক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

45 নং শাৰী:
[[File:Plaosan Temple Guardian.jpg|thumb|মন্দিৰৰ প্ৰহৰীৰ ৰূপত যক্ষৰ প্ৰতিমূৰ্ত্তি]]
বৌদ্ধ ৰচনাৱলীত যক্ষসকল হৈছে চাৰিজন স্বৰ্গৰাজৰ অন্যতম তথা উত্তৰ দিশৰ ৰক্ষক বৈশাৱনৰ অনুচৰ। মহাময়ূৰী সূত্ৰত প্ৰাচীন ভাৰতৰ নগৰসমূহত বাস কৰা বহুকেইজন যক্ষৰ নাম পোৱা যায় যি বৌদ্ধধৰ্মৰ ৰক্ষাৰ্থে নিয়োজিত আছিল।<ref>[V. S. Agravala, " Geographical Contents of Mahamayuri JUPHS, Vol. XV, Pt. ii, 1942, p. 28]</ref>
 
[[থাইলেণ্ড]]ৰ মন্দিৰ আৰু স্থাপত্যসমূহতো যক্ষৰ উপস্থিতি দেখা যায়।<ref>{{Cite web|url=http://www.thaiworldview.com/wat/wat2.htm|title=Thai temples - page 2/7|website=www.thaiworldview.com|access-date=31 December 2019}}</ref>
 
==জৈনধৰ্ম==
"https://as.wikipedia.org/wiki/যক্ষ"ৰ পৰা অনা হৈছে