যক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
43 নং শাৰী:
 
==বৌদ্ধধৰ্ম==
[[File:Plaosan Temple Guardian.jpg|thumb|মন্দিৰৰ প্ৰহৰীৰ ৰূপত যক্ষৰ প্ৰতিমূৰ্ত্তি]]
বৌদ্ধ ৰচনাৱলীত যক্ষসকল হৈছে চাৰিজন স্বৰ্গৰাজৰ অন্যতম তথা উত্তৰ দিশৰ ৰক্ষক বৈশাৱনৰ অনুচৰ। মহাময়ূৰী সূত্ৰত প্ৰাচীন ভাৰতৰ নগৰসমূহত বাস কৰা বহুকেইজন যক্ষৰ নাম পোৱা যায় যি বৌদ্ধধৰ্মৰ ৰক্ষাৰ্থে নিয়োজিত আছিল।<ref>[V. S. Agravala, " Geographical Contents of Mahamayuri JUPHS, Vol. XV, Pt. ii, 1942, p. 28]</ref>
 
Line 49 ⟶ 48:
 
==জৈনধৰ্ম==
[[File:Nswag, india, madhya pradesh, stele con yaksha-yakshini e jinas, XI sec..JPG|thumb|যক্ষ সৰ্বানুভূতি আৰু যক্ষিণী কুষ্মাণ্ডিনী।]]
 
জৈনধৰ্মত প্ৰায়েই ৰক্ষক বা প্ৰহৰী হিচাপে যক্ষসকলৰ প্ৰতিমূৰ্ত্তি দেখা যায়। তেওঁলোক সাধাৰণতে তীৰ্থংকৰসকলৰ কাষতে বিদ্যমান হয় আৰু তেওঁলোকতলৰ সেৱা কৰে। অন্য জীৱৰ দৰে তেওঁলোকো জীৱন-মৃত্যুৰ চক্ৰত আৱদ্ধ কিন্তু তেওঁলোকৰ আতিভৌতিক শক্তি আছে।<ref>Pramodaben Chitrabhanu, ''Jain symbols, Ceremonies and Practices''</ref>
Line 55 ⟶ 53:
যক্ষ আৰু যক্ষিণীৰ ধাৰণা মূৰ্ত্তিপূজক শ্বেতাম্বৰ আৰু বিচপন্থী দিগম্বৰসকলৰ মাজত সততে বিদ্যমান। দিগম্বৰ তেৰাপন্থ আন্দোলনে এওঁ‌লোকৰ পূজাৰ বিৰোধিতা কৰে।<ref>[Studies in Jaina History and Culture: Disputes and Dialogues, edited by Peter Flügel, Routledge, 2006 p. 352]</ref><ref>{{Cite web|url=https://books.google.com/books?id=vzNCAQAAMAAJ&q=Gomedha+yaksha&pg=PA496|title=Indian Antiquary|date=31 December 1903|publisher=Popular Prakashan|access-date=31 December 2019|via=Google Books}}</ref> মূৰ্ত্তিপূজক শ্বেতাম্বৰসকলৰ মাজত ত্ৰিস্তুতিক গচ্ছ পন্থা আৰু আধুনিক পন্থাৰ লোকে এই শ্ৰুত দেৱতাসকলৰ পূজাৰ বিৰোধ কৰে।<ref>{{cite journal|last1=Jain|first1=Shalin|year=2012|title=Divided Identities: The Jain Sects in Medieval India|url=https://www.jstor.org/stable/44156237|journal=Proceedings of the Indian History Congress|volume=73|pages=450–60|jstor=44156237|via=JSTOR}}</ref>
 
জৈন ধৰ্মত চৌব্বিশজন তীৰ্থংকৰৰ সেৱাৰ বাবে চৌব্বিশগৰাকী যক্ষ আৰু যক্ষিণী আছে।<ref>{{Cite web|date=|title=Twenty Four Tirthankaras at a glance|url=http://www.jaindharmonline.com/tirthan/tirsum.htm|url-status=dead|archive-url=https://web.archive.org/web/20060712011129/http://www.jaindharmonlinejaindhলarmonline.com/tirthan/tirsum.htm|archive-date=12 Jul 2006|access-date=2021-04-27|website=jaindharmonline.com}}</ref>
 
==চিত্ৰ বীথিকা==
<gallery>
[[File:Plaosan Temple Guardian.jpg|thumb|মন্দিৰৰ প্ৰহৰীৰ ৰূপত যক্ষৰ প্ৰতিমূৰ্ত্তি]]
Bangkok statue.jpg|thumb|থাইলেণ্ডৰ মন্দিৰৰ যক্ষৰ মূৰ্ত্তি
'Digambara Yaksha Sarvahna' from Karnataka, India, c. 900, Norton Simon Museum.JPG|৯০০ চনত নিৰ্মিত দিগম্বৰ যক্ষ সৰ্বাহনৰ প্ৰতিমূৰ্ত্তি
Yaksha Manibhadra - Parkham Mathura circa 150 BCE.jpg|যক্ষিণী মনিভদ্ৰা (১৫০ খ্ৰীষ্টপূৰ্ব)
Mudgarpani Yaksha, Mathura, 100 BCE.jpg|যক্ষ মূদ্গৰপানি (১০০ খ্ৰীষ্টপূৰ্ব)
[[File:Nswag, india, madhya pradesh, stele con yaksha-yakshini e jinas, XI sec..JPG|thumb|যক্ষ সৰ্বানুভূতি আৰু যক্ষিণী কুষ্মাণ্ডিনী।]] কুষ্মাণ্ডিনী
</gallery>
==তথ্য সংগ্ৰহ==
{{Reflist}}
"https://as.wikipedia.org/wiki/যক্ষ"ৰ পৰা অনা হৈছে