অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

28 নং শাৰী:
[[File:One of Srikrishna's Miracles.jpg|thumb|200x200px|[[কৃষ্ণ]]ই বনবাসৰ সময়ত [[দ্ৰৌপদী]]ক অক্ষয় তৃতীয়াৰ দিনা অক্ষয় পাত্ৰ উপহাৰ দিয়া দৃশ্য|left]]
অত্যন্ত গুৰুত্বপূৰ্ণ ভাৱে এই উৎসৱৰ নাম ঋষি দুৰ্বাসাৰ দৰ্শনকালত কৃষ্ণই দ্ৰৌপদীক উপহাৰ দিয়া অক্ষয় পাত্ৰৰ নামেৰে পৰিচিত হৈ পৰে। পাণ্ডৱ সকলৰ বনবাসৰ সময়ত তেওঁলোকৰ মাজত খাদ্যৰ যথেষ্ট অভাৱ ঘটিছিল। বিশেষকৈ বনত তেওঁলোকৰ কুটিৰলৈ অহা সাধু সকলৰ আতিথ্যৰ ক্ষেত্ৰত দ্ৰৌপদী বিপাঙত পৰে। জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে সূৰ্য দেৱতাক তপস্যা কৰাত তেওঁ যুধিষ্ঠিৰক এটি পাত্ৰ প্ৰদান কৰে। যিটো দ্ৰৌপদীৰ খাই নোহোৱা পৰ্যন্ত পূৰ্ণ থাকিব। ঋষি দুৰ্বাসাৰ আগমনৰ সময়ত শ্ৰী কৃষ্ণই এই পাত্ৰটোক অজেয় কৰি তুলিছিল যিটো অক্ষয় পাত্ৰ হিচাপে পৰিচিত হয় আৰু এই পাত্ৰটো দ্ৰৌপদীৰ মন পছন্দৰ খাদ্যৰে সদায়েই পূৰ্ণ হৈ থাকিব, আনকি ইয়াৰ খাদ্যৰে পূৰ্ণ ব্ৰহ্মাণ্ডক তৃপ্ত কৰিব পাৰিব।<ref>[https://www.indiavideo.org/text/origin-akshaya-tritiya-1574.php Descent of Ganges from heaven] and [[Akshaya Patra]]</ref>
 
হিন্দু ধৰ্মত অক্ষয় তৃতীয়া দিনটোত [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ [[পৰশুৰাম]]ৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। পৰশুৰামৰ সাধক সকলে সেয়ে এই দিনটোক পৰশুৰাম জয়ন্তী বুলি মান্যতা প্ৰদান কৰে।<ref name=gupte5/><ref name="Melton2011p18">{{cite book|author=J. Gordon Melton|title=Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations|url=https://books.google.com/books?id=lD_2J7W_2hQC&pg=PA18|year=2011|publisher=ABC-CLIO|isbn=978-1-59884-206-7|pages=18–20}}</ref> কোনো কোনোৱে আকৌ এই দিনটোত বিষ্ণুৰ বাসুদেৱ অৱতাৰৰ কথাত বিশ্বাস কৰে।<ref name="Singh2015p39"/>
 
==তথ্য সংগ্ৰহ==