অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

40 নং শাৰী:
 
 
তেলেগু ভাষিক অঞ্চলত বিশেষকৈ [[তেলেংগনাতেলঙ্গানা]] আৰু [[অন্ধ্ৰপ্ৰদেশ]]ৰ মহিলা সকলে এই পবিত্ৰ দিনটোত সোণ তথা আ-অলংকাৰ কিনা মংগলদায়ক বুলি বিশ্বাস কৰে<ref>[https://www.livemint.com/industry/retail/jewellery-industry-heading-for-second-consecutive-sales-washout-on-akshaya-tritiya-11620740973467.html ]</ref>। 'চিমহাচলম' মন্দিৰত এই দিনটোত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই মন্দিৰৰ মূল বিগ্ৰহ জনাক গোটেই বছৰৰ বাবে চন্দনৰ প্ৰলেপেৰে ঢাকি ৰখা হয় আৰু এই বিশেষ দিনটোত হে সেই প্ৰলেপ গুচাই প্ৰকৃত বিগ্ৰহটো দৰ্শনৰ বাবে মুকলি কৰা হয়। অৰ্থাৎ বিগ্ৰহৰ নিজ ৰূপ দৰ্শন ঘটে।<ref>[https://www.livemint.com/industry/retail/jewellery-industry-heading-for-second-consecutive-sales-washout-on-akshaya-tritiya-11620740973467.html ]</ref>
 
==তথ্য সংগ্ৰহ==