উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) অ পৃষ্ঠা উৎপাদক (গণিত)ৰ পৰা উৎপাদক বিশ্লেষণলৈ Nayan j Nathয়ে স্থানান্তৰ কৰিলে |
Nayan j Nath (আলোচনা | বৰঙণি) No edit summary |
||
1 নং শাৰী:
{{Wikify}}
[[File:Factorisatie.svg|thumb|right|''x''<sup>2</sup> + ''cx'' + ''d'' বহুপদটোৰ ''a + b = c'' আৰু ''ab = d'',ক (''x + a'')(''x + b'').আকাৰত উৎপাদক বিশ্লেষণ কৰিব পাৰি]]
'''উৎপাদক বিশ্লেষণ''' হৈছে উৎপাদক নিৰ্ণয়ৰ এক পদ্ধতি।
সাধাৰণতে [[বাস্তব সংখ্যা|বাস্তব]] বা [[জটিল সংখ্যা]]ৰ [[ভগ্নাংশ (গণিত)|ভগ্নাংশক]] উৎপাদক হিচাপে গ্ৰহণ কৰা মূলত অৰ্থহীন, যিহেতু স্পষ্টতকৈ যিকোনো <math>x</math> ক <math>(xy)\times(1/y)</math> হিচাপে লিখা হয়, য'ত <math>y\neq 0</math>। তেন্তে যিকোনো [[পৰিমেয় সংখ্যা]] বা পৰিমেয় ফলনৰ লঘিষ্ঠ ৰূপৰ হৰ আৰু লবৰ পৃথকে পৃথকে উৎপাদক বিশ্লেষণ কৰি মূল সংখ্যাটোৰ বা ফলনটোৰ উৎপাদক বিশ্লেষণ কৰা হয়। গণিতৰ জগতখনত এটা অখণ্ড সংখ্যা '''x'''-ক আন এটা অখণ্ড সংখ্যা '''y'''-ৰ উৎপাদক বুলি কোৱা হয় যদিহে '''x''' সংখ্যাটোৰে '''y'''-ক কোনো ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা, '''x'''-ৰ লগত আন কোনো এটা সংখ্যা পূৰণ কৰিলে '''y''' পোৱা যায়।
[[শ্ৰেণী:গণিত]]
|