উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Wikify}}
[[File:Factorisatie.svg|thumb|right|''x''<sup>2</sup>&nbsp; +&nbsp; ''cx''&nbsp; +&nbsp; ''d'' বহুপদটোৰ ''a&nbsp; +&nbsp; b&nbsp; =&nbsp; c'' আৰু ''ab&nbsp; =&nbsp; d'',ক (''x&nbsp; +&nbsp; a'')(''x&nbsp; +&nbsp; b'').আকাৰত উৎপাদক বিশ্লেষণ কৰিব পাৰি]]
'''উৎপাদক বিশ্লেষণ''' হৈছে উৎপাদক নিৰ্ণয়ৰ এক পদ্ধতি। [[গণিত|গণিতত]] '''উৎপাদক বিশ্লেষণ''' বা '''উৎপাদকীকৰণ''' বুলিলে এটা সংখ্যা বা কোনো গাণিতিক বস্তুক বিভিন্ন ''উৎপাদকৰ'' গুণফল ৰূপে প্ৰকাশ কৰাকে বুজায়। অৰ্থাৎ এই উৎপাদক হৈছে সৰলতম বা ক্ষুদ্ৰতম ৰূপ। উদাহৰণস্বৰূপে, [[পূৰ্ণসংখ্যা]] {{math|১৫}} এৰ বিশ্লেষিত ৰূপ {{math|৩ × ৫}}, আৰু {{math|''x''<sup>2</sup> – 4}} [[বহুপদ]]ৰ এটা বিশ্লেষিত ৰূপ {{math|(''x'' – 2)(''x'' + 2)}}।
সাধাৰণতে [[বাস্তব সংখ্যা|বাস্তব]] বা [[জটিল সংখ্যা]]ৰ [[ভগ্নাংশ (গণিত)|ভগ্নাংশক]] উৎপাদক হিচাপে গ্ৰহণ কৰা মূলত অৰ্থহীন, যিহেতু স্পষ্টতকৈ যিকোনো <math>x</math> ক <math>(xy)\times(1/y)</math> হিচাপে লিখা হয়, য'ত <math>y\neq 0</math>। তেন্তে যিকোনো [[পৰিমেয় সংখ্যা]] বা পৰিমেয় ফলনৰ লঘিষ্ঠ ৰূপৰ হৰ আৰু লবৰ পৃথকে পৃথকে উৎপাদক বিশ্লেষণ কৰি মূল সংখ্যাটোৰ বা ফলনটোৰ উৎপাদক বিশ্লেষণ কৰা হয়। গণিতৰ জগতখনত এটা অখণ্ড সংখ্যা '''x'''-ক আন এটা অখণ্ড সংখ্যা '''y'''-ৰ উৎপাদক বুলি কোৱা হয় যদিহে '''x''' সংখ্যাটোৰে '''y'''-ক কোনো ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা, '''x'''-ৰ লগত আন কোনো এটা সংখ্যা পূৰণ কৰিলে '''y''' পোৱা যায়।