উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{Wikify}}
[[File:Factorisatie.svg|thumb|right|''x''<sup>2</sup>&nbsp; +&nbsp; ''cx''&nbsp; +&nbsp; ''d'' বহুপদটোৰ ''a&nbsp; +&nbsp; b&nbsp; =&nbsp; c'' আৰু ''ab&nbsp; =&nbsp; d'',ক (''x&nbsp; +&nbsp; a'')(''x&nbsp; +&nbsp; b'').আকাৰত উৎপাদক বিশ্লেষণ কৰিব পাৰি]]
'''উৎপাদক বিশ্লেষণ''' হৈছে উৎপাদক নিৰ্ণয়ৰ এক পদ্ধতি। [[গণিত|গণিতত]] '''উৎপাদক বিশ্লেষণ''' বা '''উৎপাদকীকৰণ''' বুলিলে এটা সংখ্যা বা কোনো গাণিতিক বস্তুক বিভিন্ন ''উৎপাদকৰ'' গুণফল ৰূপে প্ৰকাশ কৰাকে বুজায়। অৰ্থাৎ এই উৎপাদক হৈছে সৰলতম বা ক্ষুদ্ৰতম ৰূপ। উদাহৰণস্বৰূপে, [[পূৰ্ণ সংখ্যা]] {{math|১৫}}ৰ বিশ্লেষিত ৰূপ {{math|৩ × ৫}}, আৰু {{math|''x''<sup>2</sup> – 4}} [[বহুপদ]]ৰ এটা বিশ্লেষিত ৰূপ {{math|(''x'' – 2)(''x'' + 2)}}।
Line 24 ⟶ 23:
এই পদ্ধতিটোৱে সৰু কোন সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় কৰিলেও ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় নহ'বও পাৰে উদাহৰণ স্বৰূপে
: <math>1 + 2^{2^5} = 1 + 2^{32} = 4\,294\,967\,297</math>, ই মৌলিক সংখ্যা নহয় - এইটো নিৰ্ণয় কৰা সম্ভৱ নহয়। প্ৰকৃতপক্ষে যিসমূহ সংখ্যাত ১০টা অংক আছে সেই সমূহৰ ক্ষেত্ৰত উপৰোক্ত পদ্ধতি প্ৰয়োগৰ বাবে {{val|10000}}সংখ্যক দশমিক অংকৰ প্ৰয়োজন হ'ব।
==টোকা==
==তথ্যউৎস==
{{Reflist}}
==উৎস==
==References==
* {{citation|first1=William Snow|last1=Burnside|author-link1=William Burnside|first2=Arthur William|last2=Panton|title=The Theory of Equations with an introduction to the theory of binary algebraic forms (Volume one)|year=1960|orig-year=1912|publisher=Dover}}
* {{citation|first=Leonard Eugene|last=Dickson|author-link=Leonard Eugene Dickson|title=First Course in the Theory of Equations|year=1922|publisher=John Wiley & Sons|place=New York}}
* {{citation|first=William Benjamin|last=Fite|title=College Algebra (Revised)|year=1921|publisher=D. C. Heath & Co.|place=Boston}}
* {{citation|first=Felix|last=Klein|author-link=Felix Klein|title=Elementary Mathematics from an Advanced Standpoint; Arithmetic, Algebra, Analysis|year=1925|publisher=Dover}}
* {{citation|first=Samuel M. |last=Selby|title=CRC Standard Mathematical Tables|edition=18th|publisher=The Chemical Rubber Co.}}
 
[[শ্ৰেণী:গণিত]]