উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

13 নং শাৰী:
[[পাটিগণিতৰ মৌলিক উপপাদ্য]] অনুযায়ী ১তকৈ ডাঙৰ সকলো পূৰ্ণ সংখ্যাৰ এক অনন্য (উৎপাদক সমূহৰ ক্ৰম বিবেচনা নকৰাকৈ) ''[[মৌলিক সংখ্যা|মৌলিক সংখ্যাৰ]] বিশ্লেষিত ৰূপ'' আছে, যিটো পুনৰ বিশ্লেষণ সম্ভৱ নহয়।
 
পূৰ্ণ সংখ্যা {{mvar|n}}ৰ উৎপাদক বিশ্লেষণৰ বাবে ইয়াৰ এক উৎপাদক {{mvar|q}} নিৰ্ণয় কিম্বা {{mvar|n}}ক মৌলিক বুলি নিৰ্ণয়ৰ বাবে এটা বিধিৰ প্ৰয়োজন। যেতিয়া এটা উৎপাদক পোৱা যাব, তেতিয়া বিধিটো পুনৰায় {{mvar|q}} আৰু {{math|''n'' / ''q''}}ৰ ওপৰত প্ৰয়োগৰ মাধ্যমেৰে ক্ৰমান্বয়ে {{mvar|n}} এৰ উৎপাদক বিশ্লেষণ কৰা সম্ভৱ।<ref>{{Cite book|last1=Hardy|last2=Wright|title=An Introduction to the Theory of Numbers|isbn=978-0198531715|edition=5th|year=1980|publisher=Oxford Science Publications|url-access=registration|url=https://archive.org/details/introductiontoth00hard}}</ref>
 
{{mvar|n}}ৰ এটা উৎপাদক {{mvar|q}}, যদি থাকে, তেন্তে ইয়াক নিৰ্ণয়ৰ বাবে {{mvar|q}}ৰ সকলো সম্ভাৱ্য মান পৰীক্ষা কৰা প্ৰয়োজন। যাতে {{math|1 < q}} বা {{math|''q''<sup>2</sup> ≤ ''n''}} হয়। প্ৰকৃতপক্ষে, যদি {{math|''r''}} {{mvar|n}}ৰ এটি উৎপাদক হয় য'ত {{math|''r''<sup>2</sup> > ''n''}}, তেন্তে {{math|1=''q'' = ''n'' / ''r''}} আৰু {{mvar|n}} এটা উৎপাদক হ'ব যেতিয়া {{math|''q''<sup>2</sup> ≤ ''n''}}
22 নং শাৰী:
 
এই পদ্ধতিটোৱে সৰু কোন সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় কৰিলেও ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় নহ'বও পাৰে উদাহৰণ স্বৰূপে
: <math>1 + 2^{2^5} = 1 + 2^{32} = 4\,294\,967\,297</math>, ই মৌলিক সংখ্যা নহয় - এইটো নিৰ্ণয় কৰা সম্ভৱ নহয়। প্ৰকৃতপক্ষে যিসমূহ সংখ্যাত ১০টা অংক আছে সেই সমূহৰ ক্ষেত্ৰত উপৰোক্ত পদ্ধতি প্ৰয়োগৰ বাবে {{val|10000}}সংখ্যক দশমিক অংকৰ প্ৰয়োজন হ'ব।
 
==টোকা==
{{Reflist}}