উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Nayan j Nath (আলোচনা | বৰঙণি) |
Nayan j Nath (আলোচনা | বৰঙণি) |
||
21 নং শাৰী:
এই পদ্ধতি প্ৰয়োগৰ বাবে {{mvar|q}} ৰ সকলো মান পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। মূলনীতি অনুযায়ী, ই কেৱলমাত্ৰ মৌলিক উৎপাদকসমূহকেই গ্ৰহণ কৰে। ইয়াৰ বাবে মৌলিক সংখ্যাৰ এখন তালিকাৰ প্ৰয়োজন হয় যি ইৰাটোস্থিনিছৰ ছাঁকনিৰ মাধ্যমেৰে প্ৰস্তুত কৰা সম্ভৱ। যিহেতু উৎপাদক বিশ্লেষণৰ এই পদ্ধতিটো ইৰাটোস্থিনিছৰ ছাঁকনিৰ দৰে একেই কাম কৰে, গতিকে সংখ্যা সমূহ মৌলিক হয়নে নহয় তাক পৰীক্ষা কৰাৰ মাধ্যমেৰে সঠিক ৰূপত কামটো সম্পন্ন কৰিব পাৰি। অৰ্থাৎ, কোনোৱে যদি ২,৩, ৫ বা ৫তকৈ ক্ষুদ্ৰতম সংখ্যা, যি সমূহৰ শেষৰ অংকটো ১,৩,৭,৯ বা অংক সমূহৰ সমষ্টি ৩ৰ গুণিতক নহয়। এনে সংখ্যাৰ দ্বাৰা পৰীক্ষা কৰিব পাৰি।
এই পদ্ধতিটোৱে সৰু কোন সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় কৰিলেও ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় কৰিব নোৱাৰিও
: <math>1 + 2^{2^5} = 1 + 2^{32} = 4\,294\,967\,297</math>, ই মৌলিক সংখ্যা নহয় - এইটো নিৰ্ণয় কৰা সম্ভৱ নহয়। প্ৰকৃতপক্ষে যিসমূহ সংখ্যাত ১০টা অংক আছে সেই সমূহৰ ক্ষেত্ৰত উপৰোক্ত পদ্ধতি প্ৰয়োগৰ বাবে {{val|10000}}সংখ্যক দশমিক অংকৰ প্ৰয়োজন হ'ব।
|