আঙঠি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

16 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
((edited with ProveIt))
No edit summary
 
{{stub}}
'''আঙঠি''' হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
==নিৰ্মাণ==
 
==বিভিন্ন নামৰ আঙঠি==
আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছমাছবাকলীয়া আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।
===তৰ্জনী আঙঠি===
এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।
43

টা সম্পাদনা