আঙঠি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
1 নং শাৰী:
 
{{stub}}
'''আঙঠি''' হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।
==নিৰ্মাণ==
5 নং শাৰী:
 
==বিভিন্ন নামৰ আঙঠি==
আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছমাছবাকলীয়া আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।
===তৰ্জনী আঙঠি===
এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।
"https://as.wikipedia.org/wiki/আঙঠি"ৰ পৰা অনা হৈছে