ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: '''ভ্ৰাম্যমান থিয়েটাৰ''' মূলত: নাট্য পৰিবেশনৰ এক মাধ্যম। এখন ঠাই...
 
No edit summary
1 নং শাৰী:
'''ভ্ৰাম্যমান থিয়েটাৰ''' মূলত: নাট্য পৰিবেশনৰ এক মাধ্যম। এখন ঠাইৰপৰা আন এখন ঠাইলৈ নাটক প্ৰদৰ্শন কৰি ফুৰি কৰাটোৱেই ভ্ৰাম্যমানৰ মূল চিনাকী হ'লেও [[যাত্ৰা]] বা অন্যান্য ভ্ৰমণকাৰী নাট্য দলৰ লগত ইয়াৰ কেইটামান উল্লেখনীয় পাৰ্থক্য আছে। নাটকৰ লগত জড়িত অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ লগতে সমগ্ৰ মঞ্চ, পেক্ষাগৃহ আৰু দৰ্শকৰ বাবে চকী আদিও ভ্ৰাম্যমান থিয়েটাৰে নিজেই মজুত ৰাখি পৰিবহন কৰে। ভ্ৰাম্যমানৰ সামগ্ৰিক পৰিচালনা চাৰ্কাচ দলৰ লগতহে ৰিজাব পাৰি।পাৰি<span style="font-size:0.6em; vertical-align:top">(উদ্ধৃতি লাগিব)</span> ভ্ৰাম্যমান থিয়েটাৰৰ দৰে অনুষ্ঠান অসমৰ বাহিৰে পৃথিৱীৰ কোনো অংশতে পোৱা নাযায় বুলি কোৱা হয়।
বৰ্তমান অসমত কেবাটাও ভ্ৰাম্যমান থিয়েটাৰৰ দলে বছৰি নাট্য প্ৰদৰ্শন কৰি ফুৰিছে।
 
==ভ্ৰাম্যমানৰ জন্ম==
ভ্ৰাম্যমান থিয়েটাৰৰ জনক বুলি কোৱা হয় [[অচ্যুত লহকৰ]]ক। বঙালী [[যাত্ৰা-পাৰ্টি]] আধাৰত প্ৰথমে [[ব্ৰজনাথ শৰ্মা]]ই অসমত অপেৰা পাৰ্টিৰ জন্ম দিছিল। তেখেতৰ [[কহিনুৰ অপেৰা পাৰ্টি]]য়ে প্ৰথমে সমগ্ৰ অসমত ভ্ৰমণ কৰি নাট্য প্ৰদৰ্শন কৰিছিল। এই কহিনুৰ অপেৰা পাৰ্টিৰ আলমতে আৰু কেবাটাও অপেৰা পাৰ্টি গঢ়ি উঠিছিল। তেনে এটা অপেৰা পাৰ্টি আছিল পুৰণি [[কামৰূপ]] জিলাৰ অন্তৰ্গত [[বজালী]] অঞ্চলৰ [[পাঠশালা]] নিবাসী [[সদানন্দ লহকৰ]]ৰ। তেখেতৰ অপেৰা দলটোৰ নাম আছিল [[নটৰাজ অপেৰা]]।
 
সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে নটৰাজ অপেৰা নতুন ৰূপ দি নটৰাজ ভ্ৰাম্যমান থিয়েটাৰৰ ৰূপ দিয়ে।