ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী:
[[File:Indira Gandhi 1977.jpg|thumb|upright| প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]য়ে ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে দেশজুৰি জৰুৰীকালীন অৱস্থা বলবৎ কৰে]]
 
'''ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫''' ৰ দ্বাৰা, [[ভাৰত]]ত ১৯৭৫-৭৭ ৰ একৈশ মাহ জুৰি সেইসময়ৰ প্ৰধানমন্ত্ৰী [[ইন্দিৰা গান্ধী]]য়ে দেশজুৰি বলবৎ কৰা জৰুৰীকালীন অৱস্থাক সূচোৱা হয়। চৰকাৰীভাৱে, তদানীন্তন ৰাষ্ট্ৰপতি [[ফখৰুদ্দিন আলি আহমেদ]]-এ [[ভাৰতীয় সংবিধান]]ৰ ৩৫২(১) নং অনুচ্ছেদৰ অধীনত ‘’অভ্যন্তৰীণ সমস্যা (internal disturbance)”-ৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰে। এই অৱস্থা ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে বলবৎ থাকে। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ হাতলৈ নিৰ্বাচন স্থগিত কৰা, নাগৰিকৰ অধিকাৰ খৰ্ব্ব কৰাকে ধৰি অন্যান্য ক্ষেত্ৰতো প্ৰচুৰ ক্ষমতা আহি পৰে। এই সময়ছোৱাত ইন্দিৰা গান্ধীৰ প্ৰায়ভাগ ৰাজনৈতিক প্ৰতিদন্দ্বী কাৰাবাস খাটিবলগীয়াত পৰে আৰু জনসংযোগ মাধ্যমসমূহৰ বাক-স্বাধীনতাও সীমাবদ্ধ হৈ পৰে। ভাৰতৰ স্বাধীনতা লাভৰ পিছত জৰুৰীকালীন অৱস্থাৰ এই সময়ছোৱাই ৰাজনৈতিক ইতিহাসত আটাইতকৈ বিতৰ্কিত সময়। <ref name="MostControversial">"India in 1975: Democracy in Eclipse", ND Palmer – Asian Survey, vol 16 no 5. Opening lines.</ref>
==প্ৰেক্ষাপট==
===ইন্দিৰা গান্ধীৰ উত্থান ===