উৎপাদক বিশ্লেষণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
 
এই পদ্ধতিটোৱে সৰু কোন সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় কৰিলেও ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত সঠিক মান নিৰ্ণয় কৰিব নোৱাৰিও পাৰে। উদাহৰণ স্বৰূপে:
: <math>1 + 2^{2^5} = 1 + 2^{32} = 4\,294\,967\,297</math>, ই মৌলিক সংখ্যা নহয় - এইটো নিৰ্ণয় কৰা সম্ভৱ নহয়। প্ৰকৃতপক্ষে যিসমূহ সংখ্যাত ১০টা অংক আছে সেই সমূহৰ ক্ষেত্ৰত উপৰোক্ত পদ্ধতি প্ৰয়োগৰ বাবে {{val|10000}}সংখ্যক দশমিক অংকৰ প্ৰয়োজন হ'ব।
=== উদাহৰণ ===
মৌলিক সংখ্যাৰ সাহায়ত {{math|1=''n'' = ১৩৮৬}} ক বিশ্লেষণৰ বাবে:
* প্ৰথমে ২ ৰে হৰণ কৰি : ই এটা যুগ্ম সংখ্যা এতিয়া {{math|1=''n'' = ২ · ৬৯৩}}। দশমিকৰ পিছৰ ৬৯৩ অংশটোৰ পুনঃ বিশ্লেষণৰ বাবে আগবাঢ়ি গৈ থাকিব লাগিব আৰু ইয়াত ২ হ'ব প্ৰথমটো উৎপাদক
* ৬৯৩ এটা অযুগ্ম সংখ্যা (২ৰ উৎপাদক নহয়); কিন্তু ৩ৰ দ্বাৰা বিভাজ্য: ফলাফল হ'ব {{math|1= ৬৯৩ = ৩ · ২৩১}} আৰু {{math|1=''n'' = ২ · ৩ · ২৩১}}। ২৩১ৰে পুনৰ আগবাঢ়ি গৈ থাকিব লাগিব আৰু ইয়াত ৩ হ'ব আন এটা উৎপাদক।
* ২৩১, ৩ৰ গুণিতক: ফলাফল {{math|1= ২৩১ = ৩ · ৭৭}}, গতিকে {{math|1=''n'' = ২ · ৩<sup>২</sup> · ৭৭}}। ৭৭ ৰে পুনৰ আগবাঢ়িব লাগিব আৰু ইয়াত প্ৰাপ্ত উৎপাদকটো হ'ব ৩।
* ৭৭ৰ অংক দুটাৰ সমষ্টি ১৪ যি ৩ৰে বিভাজ্য নহয় আনহাতে ৭৭ৰো ৩ৰে বিভাজ্য নহয়। ইয়াত একক স্থানৰ অঙ্ক ৭ হোৱা বাবে ই ৫ৰ দ্বাৰাও বিভাজ্য নহয়। পৰৱৰ্তী পৰীক্ষণীয় অযুগ্ম মৌলিক উৎপাদক হ'ল ৭। ফলাফল {{math|1= ৭৭ = ৭ · ১১}}, এতিয়া, {{math|1=''n'' = ২ · ৩<sup>২</sup> · ৭ · ১১}}. ১১ আৰু ৭ ক পৰৱৰ্তী প্ৰাথমিক উৎপাদক হিচাপে ধৰিলৈ অগ্ৰসৰ হ'ব লাগিব।
* যিহেতু {{math|৭<sup>২</sup> > ১১}}, আৰু ১১ এটি মৌলিক সংখ্যা গতিকে ১১ৰ ১ আৰু ১১ৰ বাদে আন উৎপাদক নাই, গতিকে ১৩৮৬ৰ মৌলিক উৎপাদক বিশ্লেষিত ৰূপটো হ'ব:
: {{math|1=১৩৮৬ = ২ · ৩<sup>২</sup> · ৭ · ১১}}
 
==টোকা==