ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(edited with ProveIt)
No edit summary
1 নং শাৰী:
''' ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন)''' ({{lang-en| Indian National Congress (Organisation) বা Congress (O)}}) ভাৰতৰ এটা অধুনালুপ্ত ৰাজনৈতিক দল। [[ইন্দিৰা গান্ধী]]ক [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছ]]ৰ পৰা নিলম্বন কৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত এই দলটো গঠিত হৈছিল।<ref name="abp">{{cite AV media | url=https://www.youtube.com/watch?v=k9MgBGtVX0Q&t=76s | title=Pradhanmantri - Episode 9: Split in Congress - Indira Gandhi and Morarji Desai | publisher=ABP News}}</ref>
==ইতিহাস==
১৯৬৯ৰ ১২ নবেম্বৰত দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগত তদানীন্তন [[ভাৰতৰ প্ৰধানমন্ত্ৰী]] ইন্দিৰা গান্ধীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰেকৰা হয় আৰু ফলস্বৰূপে ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দী দল এটা গঠন কৰাত কংগ্ৰেছ দলটো দুই ভাগত বিভক্ত হৈ যায়। ইন্দিৰাপন্থী বিভাজিত অংশটোক [[ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)|কংগ্ৰেছ (আৰ)]] নামেৰ জনা গৈছিল। ইংৰাজী 'R' আখৰটোৱে 'Requisition' বুজাইছিল। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৭০৫জন সদস্যৰ ৪৪৬জনেই গান্ধীৰ দলত যোগ দিয়ে।<ref name="penguin">{{cite book | title=India after Independence 1947-2000 | publisher=New Delhi:Penguin Books | author=Chandra, Bipan & others | year=2002 | pages=236 | isbn=ISBN|0-14-027825-7}}</ref> ইন্দিৰাপন্থী বিভাজিত অংশটোক [[ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)|কংগ্ৰেছ (আৰ)]] নামেৰ পৰিচিত হ'ল; য'ত ইংৰাজী 'R' আখৰটোৱে 'Requisition' বুজাইছিল। আনহাতে কংগ্ৰেছৰ মূল অংশটো পৰিচিত হ’ল, ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) বা চমুকৈ কংগ্ৰেছ (ও) নামেৰে পৰিচিত হ’ল।নামেৰে। অনানুষ্ঠানিকভাবেএসময়ত প্ৰায়েধেমেলীয়াকৈ মূল কংগ্ৰেছ গোটটোক ‘চিণ্ডিকেট’ (Syndicate) আৰ ইন্দিৰাপন্থী গোটটোক ‘ইণ্ডিকেট’ (Indicate) বুলি উল্লেখ কৰা হৈছিল। প্ৰথমে [[কুমাৰ স্বামী কামৰাজ নাদাৰ |কে কামৰাজ]] আৰু পিছলৈ [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] কংগ্ৰেছ (ও)-ৰ নেতৃত্ব দিছিল।দিয়ে।<ref name="abp" />
 
কংগ্ৰেছ (ও)-ই ভোলা পাচৱান শাস্ত্ৰীৰ নেতৃত্বত [[বিহাৰ]]ত, বীৰেন্দ্ৰ পাতিলৰ নেতৃত্বত [[কৰ্ণাটক]]ত হীতেন্দ্ৰহিতেন্দ্ৰ কে. দেশাইৰ নেতৃত্বত [[গুজৰাট]]ত চৰকাৰ গঠন কৰিছিল।কৰে। [[ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫|জৰুৰীকালীন অৱস্থা]]ৰ সময়ত ১৯৭৫ৰ পৰা ১৯৭৬লৈ গুজৰাটৰ বাবুভাই জে পেটেলৰ [[জনতা মৰ্চা]] চৰকাৰৰচৰকাৰৰো অন্যতম অংশীদাৰ আছিল কংগ্ৰেছ (ও)।
১৯৬৯ৰ ১২ নবেম্বৰত দলীয় শৃংখলা ভংগ কৰাৰ অভিযোগত তদানীন্তন [[ভাৰতৰ প্ৰধানমন্ত্ৰী]] ইন্দিৰা গান্ধীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰে আৰু ফলস্বৰূপে ইন্দিৰা গান্ধীয়ে প্ৰতিদ্বন্দী দল এটা গঠন কৰাত কংগ্ৰেছ দলটো দুই ভাগত বিভক্ত হৈ যায়। ইন্দিৰাপন্থী বিভাজিত অংশটোক [[ভাৰতীয় জাতীয় কংগ্ৰেছ (আৰ)|কংগ্ৰেছ (আৰ)]] নামেৰ জনা গৈছিল। ইংৰাজী 'R' আখৰটোৱে 'Requisition' বুজাইছিল। অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৭০৫জন সদস্যৰ ৪৪৬জনেই গান্ধীৰ দলত যোগ দিয়ে।<ref name="penguin">{{cite book | title=India after Independence 1947-2000 | publisher=New Delhi:Penguin Books | author=Chandra, Bipan & others | year=2002 | pages=236 | isbn=ISBN|0-14-027825-7}}</ref> আনহাতে কংগ্ৰেছৰ মূল অংশটো ভাৰতীয় জাতীয় কংগ্ৰেছ (অৰ্গেনাইজেচন) বা চমুকৈ কংগ্ৰেছ (ও) নামেৰে পৰিচিত হ’ল। অনানুষ্ঠানিকভাবে প্ৰায়ে মূল কংগ্ৰেছ গোটটোক ‘চিণ্ডিকেট’ (Syndicate) আৰ ইন্দিৰাপন্থী গোটটোক ‘ইণ্ডিকেট’ (Indicate) বুলি উল্লেখ কৰা হৈছিল। প্ৰথমে [[কুমাৰ স্বামী কামৰাজ নাদাৰ |কে কামৰাজ]] আৰু পিছলৈ [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] কংগ্ৰেছ (ও)-ৰ নেতৃত্ব দিছিল।<ref name="abp" />
[[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭১|১৯৭১ৰ সাধাৰণ নিৰ্বাচন]]ত ১০% ভোটেৰেভোট লোকসভাৰশ্বেয়াৰিঙেৰে [[লোকসভা]]ৰ ১৬খন লোকসভাৰ আসনত কংগ্ৰেছ (ও) বিজয়ী হোৱাৰ বিপৰীতে ইন্দিৰাপন্থী কংগ্ৰেছে ৪৪% ভোটেৰে ৩৫২খন আসনত বিজয়ীবিজয় সাব্যস্ত হয়।কৰে।<ref name="eci1971">{{cite web | url=https://eci.gov.in/statistical-report/statistical-reports/ | title=STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1971| publisher=Election Commission of India | accessdate=11 মে' 2021}}</ref> নিৰ্বাচনৰনিৰ্বাচন হৈ যোৱাৰ পিছত [[ভাৰতৰ নিৰ্বাচন আয়োগ|ভাৰতৰ নিৰ্বাচন আয়োগে]] ইন্দিৰা পন্থীইন্দিৰাপন্থী কংগ্ৰেছক মূল কংগ্ৰেছ দল বুলি স্বীকৃতি দিয়ে।<ref name="abp" />
 
১৯৭৭ৰ মাৰ্চত অনুষ্ঠিত হোৱা [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭|সাধাৰণ নিৰ্বাচন]]ত কংগ্ৰেছ (ও)-ই [[জনতা মৰ্চা]]ৰ অধীনতবেনাৰত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।হয়। পূৰ্বৱৰ্তীপিছে এইটো নিৰ্বাচনত দলটোৱে ভাল ফল দেখুৱাব নোৱাৰিলে। পূৰ্বৱৰ্তী নিৰ্বাচনত লাভ কৰা ১৬খন আসনৰ বিপৰীতে এই নিৰ্বাচনত কংগ্ৰেছ (ও)-ই মাথো ৩খনহে আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।হয়।<ref name="eci1977">{{cite web | url=https://eci.gov.in/statistical-report/statistical-reports/ | title=STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1977 | publisher=Election Commission of India | accessdate=11 মে' 2021}}</ref> কংগ্ৰেছ (ও)-ৰ নেতা [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] দেশৰ ৪ৰ্থ তথা প্ৰথম অকংগ্ৰেছী চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয়। নিৰ্বাচনৰ পিছত এই একেটা বছৰতে [[ভাৰতীয় লোকদল]], [[ভাৰতীয় জনসংঘ]], [[ছোচিয়েলিষ্ট পাৰ্টি]], [[স্বতন্ত্ৰ পাৰ্টি]] তথা অন্য সৰু সৰু ৰাজনৈতিক দলবোৰৰ সৈতে অৰ্গেনাইজেন কংগ্ৰেছেও আনুষ্ঠানিকভাবে নিজকে বিলীন কৰিনবগঠিত [[জনতা পাৰ্টি]] গঠনচামিল কৰে।হৈ কংগ্ৰেছ (ও)-ৰ নেতা [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] দেশৰ ৪ৰ্থ তথা প্ৰথম অকংগ্ৰেছী চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয়।যায়।<ref name="ref-1">{{Cite book |last=Official Excerpts from Speech of Veteran Journalist |url=http://www.countercurrents.org/cip200610.htm |title=Emergency: Top Oppositional political leaders arrested |work=Official Website |publisher=Website |access-date=31 August 2015}}</ref><ref name="UK">{{Cite web |last=Singh |first=Kuldip |date=1995-04-11 |title=OBITUARY: Morarji Desai |url=https://www.independent.co.uk/news/people/obituary-morarji-desai-1615165.html |access-date=2009-06-27 |newspaper=[[The Independent]]}}</ref>
কংগ্ৰেছ (ও)-ই ভোলা পাচৱান শাস্ত্ৰীৰ নেতৃত্বত [[বিহাৰ]]ত, বীৰেন্দ্ৰ পাতিলৰ নেতৃত্বত [[কৰ্ণাটক]]ত হীতেন্দ্ৰ কে. দেশাইৰ নেতৃত্বত [[গুজৰাট]]ত চৰকাৰ গঠন কৰিছিল। [[ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫|জৰুৰীকালীন অৱস্থা]]ৰ সময়ত ১৯৭৫ৰ পৰা ১৯৭৬লৈ গুজৰাটৰ বাবুভাই জে পেটেলৰ [[জনতা মৰ্চা]] চৰকাৰৰ অন্যতম অংশীদাৰ আছিল কংগ্ৰেছ (ও)।
[[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭১|১৯৭১ৰ সাধাৰণ নিৰ্বাচন]]ত ১০% ভোটেৰে লোকসভাৰ ১৬খন লোকসভাৰ আসনত বিজয়ী হোৱাৰ বিপৰীতে ইন্দিৰাপন্থী কংগ্ৰেছে ৪৪% ভোটেৰে ৩৫২খন আসনত বিজয়ী হয়।<ref name="eci1971">{{cite web | url=https://eci.gov.in/statistical-report/statistical-reports/ | title=STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1971| publisher=Election Commission of India | accessdate=11 মে' 2021}}</ref> নিৰ্বাচনৰ পিছত [[ভাৰতৰ নিৰ্বাচন আয়োগ|ভাৰতৰ নিৰ্বাচন আয়োগে]] ইন্দিৰা পন্থী কংগ্ৰেছক মূল কংগ্ৰেছ দল বুলি স্বীকৃতি দিয়ে।<ref name="abp" />
 
১৯৭৭ৰ মাৰ্চত অনুষ্ঠিত হোৱা [[ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৭৭|সাধাৰণ নিৰ্বাচন]]ত কংগ্ৰেছ (ও)-ই [[জনতা মৰ্চা]]ৰ অধীনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনত দলটোৱে লাভ কৰা ১৬খন আসনৰ বিপৰীতে এই নিৰ্বাচনত মাথো ৩খনহে আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।<ref name="eci1977">{{cite web | url=https://eci.gov.in/statistical-report/statistical-reports/ | title=STATISTICAL REPORTS OF GENERAL ELECTION TO LOKSHABHA, 1977 | publisher=Election Commission of India | accessdate=11 মে' 2021}}</ref> নিৰ্বাচনৰ পিছত এই একেটা বছৰতে [[ভাৰতীয় লোকদল]], [[ভাৰতীয় জনসংঘ]], [[ছোচিয়েলিষ্ট পাৰ্টি]], [[স্বতন্ত্ৰ পাৰ্টি]] তথা অন্য সৰু সৰু ৰাজনৈতিক দলবোৰৰ সৈতে অৰ্গেনাইজেন কংগ্ৰেছেও আনুষ্ঠানিকভাবে নিজকে বিলীন কৰি [[জনতা পাৰ্টি]] গঠন কৰে। কংগ্ৰেছ (ও)-ৰ নেতা [[মোৰাৰজী দেশাই|মোৰাৰজী দেশায়ে]] দেশৰ ৪ৰ্থ তথা প্ৰথম অকংগ্ৰেছী চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লয়।<ref name="ref-1">{{Cite book |last=Official Excerpts from Speech of Veteran Journalist |url=http://www.countercurrents.org/cip200610.htm |title=Emergency: Top Oppositional political leaders arrested |work=Official Website |publisher=Website |access-date=31 August 2015}}</ref><ref name="UK">{{Cite web |last=Singh |first=Kuldip |date=1995-04-11 |title=OBITUARY: Morarji Desai |url=https://www.independent.co.uk/news/people/obituary-morarji-desai-1615165.html |access-date=2009-06-27 |newspaper=[[The Independent]]}}</ref>
== নেতা ==
{{refbegin|3}}