ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

31 নং শাৰী:
 
ভ্ৰাম্যমানৰ নাট প্ৰদৰ্শন ১৩ এপ্ৰিললৈ চলে। ইয়াৰ আগতেই দ্বিতীয় বছৰৰ বাবে নাটক বাচনি কৰা, অভিনেতা, অভিনেত্ৰী, কলা-কুশলী নিৰ্বাচন কৰি নিজৰ দললৈ অনাৰ কাম সম্পন্ন কৰা হয়, আৰু নাট্য-দলটোৰ আন এটা নাট্য-বৰ্ষ আৰম্ভ হয়।
 
==কেইটামান ভ্ৰাম্যমান থিয়েটাৰৰ দল==
*[[নটৰাজ থিয়েটাৰ]] (বৰ্তমান মৃত, প্ৰযোজক-- [[অচ্যুত লহকৰ]])
*[[আৰধনা থিয়েটাৰ]] (বৰ্তমান মৃত, প্ৰযোজক-- [[সদানন্দ লহকৰ]])
*[[সুৰদেৱী থিয়েটাৰ]] (বৰ্তমান মৃত, প্ৰযোজক-- [[ধৰণী বৰ্মন]])
*[[কহিনুৰ থিয়েটাৰ]] (প্ৰযোজক-- [[ৰতন লহকৰ]])
*[[আৱাহন থিয়েটাৰ]] (প্ৰযোজক--[[কৃষ্ণ ৰয়]])
*[[ৰাজতিলক থিয়েটাৰ]]
*[[হেঙুল থিয়েটাৰ]]
 
*আৰু আছে..
 
==তথ্য সমল==
*অনুলেখন: এলেক্স ফিগো, মহানায়ক অচ্যুত লহকৰৰ আত্মজীৱনী ''ভ্ৰাম্যমান থিয়েটাৰ'', বুক ৱৰ্ল্ড পাব্লিকেশ্বন, পাঠশালা (২০১০)