ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

23 নং শাৰী:
নটৰাজ থিয়ৈটাৰৰ বিপুল জনপ্ৰিয়তালৈ চাই ধীৰে ধীৰে অসমত অন্য থিয়েটাৰ দলৰ জন্ম হ'বলৈ ধৰে আৰু বৰ্তমান ই অসমৰ এক বিশেষ সাংস্কৃইতক অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। নটৰাজ থিয়েটাৰৰ সফলতাৰ পাছত 'আৰাধনা থিয়েটাৰ' (প্ৰযোজক--সদানন্দা লহকৰ), কহিনুৰ থিয়েটাৰ (প্ৰযোজক--ৰতন লহকৰ), আৱাহন থিয়েটাৰ (প্ৰযোজক--কৃষ্ণ ৰয়), ভাগ্যদেৱী থিয়েটাৰ (প্ৰসোজক--শৰৎ মজুমদাৰ) আৰু বহুতো থিয়েটাৰ দলৰ জন্ম হৈছে আৰু বৰ্তমানেও ভ্ৰাম্যমান থিয়টাৰ অসমত এক জনপ্ৰিয় অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে।
 
বিভিন্ন প্ৰকাৰৰ মঞ্চ উদ্ভাৱন (যেনে, থিয়েটাৰ-স্কোপ, অলছোম); পোহৰৰ বা অন্য কাৰিকৰী কৌশল আদিও নিত্য নতুন ভাৱে পৰিবেশন কৰাৰ চেষ্টা কৰা হয়। কিছুমান নাটকত মাজতে কিছুমান দৃশ্য চিনেমা হিচাপেও প্ৰদৰ্শন কৰা হৈছিল। পাছলৈ এখন ঞঞ্চৰ সলনি দুখন মঞ্চত নাটক প্ৰদৰ্শন ৰ ব্যৱস্থা কৰা হয়। বৰ্তমানেও নাটক প্ৰদৰ্শনৰ বাবে দুখন মঞ্চই ব্যৱহাৰ কৰা হয়।
 
==ভ্ৰাম্যমান থিয়েটাৰৰ কাৰ্য্য-ক্ৰমণিকা==