হিমসাগৰ আম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
চিত্ৰ
1 নং শাৰী:
[[File:Mango Himsagar Asit ftg.jpg|thumb|২০০৭ চনত [[আমেৰিকা যুক্তৰাষ্ট্ৰ]]ৰ ফ্লৰিডাত অনুষ্ঠিত ১৫তম আম মহোৎসৱত প্ৰদৰ্শিত হিমসাগৰ আম]]
[[চিত্ৰ:A 'Himsagar' mango.jpg|thumb|হিমসাগৰ আম]]
'''হিমসাগৰ আম''' এক জনপ্ৰিয় [[আম]]। [[বাংলাদেশ]]ৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয়।