ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
18 নং শাৰী:
==নটৰাজৰ দ্বিতীয় বছৰ==
নটৰাজ থিয়েটাৰৰ প্ৰথম বছৰৰ নাটক জনপ্ৰিয় হৈছিল যদিও ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱা নাছিল। কিন্তু দ্বিতীয় বছৰ নটৰাজ থিয়েটাৰে হাতত লোৱা '[[বেউলা]]' নামৰ নাটকখন প্ৰভূত জনপ্ৰিয় হৈছিল আৰু সিয়েই ভ্ৰাম্যমানৰ বাণিজ্যিক দিশটো টনকিয়াল কৰি ৰখাত সহায় কৰিছিল। অচ্যুত লহকৰৰ মতে 'বেউলা'ই ভ্ৰাম্যমানক জীয়াই ৰাখিছিল। উল্লেখনীয় যে 'বেউলা' নাটকখন একেৰাহে চল্লিচ বছৰ ধৰি নটৰাজ থিয়েটাৰত প্ৰদৰ্শন কৰা হৈছিল।
==ভ্ৰাম্যমান থিয়েটাৰৰ সফলতা আৰু বিকাশ==
|