অক্ষয় তৃতীয়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
31 নং শাৰী:
হিন্দু ধৰ্মত অক্ষয় তৃতীয়া দিনটোত [[বিষ্ণু]]ৰ ষষ্ঠ অৱতাৰ [[পৰশুৰাম]]ৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। পৰশুৰামৰ সাধক সকলে সেয়ে এই দিনটোক পৰশুৰাম জয়ন্তী বুলি মান্যতা প্ৰদান কৰে।<ref name=gupte5/><ref name="Melton2011p18">{{cite book|author=J. Gordon Melton|title=Religious Celebrations: An Encyclopedia of Holidays, Festivals, Solemn Observances, and Spiritual Commemorations|url=https://books.google.com/books?id=lD_2J7W_2hQC&pg=PA18|year=2011|publisher=ABC-CLIO|isbn=978-1-59884-206-7|pages=18–20}}</ref> কোনো কোনোৱে আকৌ এই দিনটোত বিষ্ণুৰ বাসুদেৱ অৱতাৰৰ কথাত বিশ্বাস কৰে।<ref name="Singh2015p39"/>
 
এগৰাকী পণ্ডিতৰ মতে [[বেদ ব্যাসবেদব্যাস|বেদ ব্যাসে]] [[গণেশ]]ৰ ওচৰত অক্ষয় তৃতীয়াৰ দিনাই [[মহাভাৰত]] পাঠ কৰা আৰম্ভ কৰিছিল। আন এজন পণ্ডিতৰ মতে এই দিনটোতেই [[গংগা]] মৰ্ত্তলৈ নামি আহিছিল<ref name="Melton2011p18"/> 'য়মুনত্ৰী' আৰু 'গংগোত্ৰী' মন্দিৰৰ দুৱাৰ এই দিনটোতে মুকলি কৰা হয়, 'ছ'টা চাৰ ধাম' তীৰ্থযাত্ৰাৰ সময়ত, [[হিমালয়]] অঞ্চলত তীব্ৰ তুষাৰপাতৰ ফলত মন্দিৰ সমূহ বন্ধ হৈ পৰে। এই মন্দিৰ অক্ষয় তৃতীয়াৰ অভিজিৎ শুভ সময়ত পুনৰ মুকলি কৰা হয়।<ref>[https://chardham.euttaranchal.com/opening-closing-dates.php Gangotri and Yamunotri temples open on Akshay Tritiya][https://www.hindustantimes.com/india-news/gangotri-and-yamunotri-open-on-akshay-tritiya-with-1st-prayers-on-pm-narendra-modi-s-behalf/story-y2tJi0hH05taFaonbbOEoI.html][https://www.bhaskar.com/jeevan-mantra/news/gangotri-yamunotri-dham-kapat-opened-in-the-auspicious-time-for-akshaya-tritiya-21-people-attended-127247410.html][https://navbharattimes.indiatimes.com/state/uttarakhand/dehradun/doli-left-for-gangotri-dham-the-doors-of-gangotri-yamunotri-will-be-opened-in-abhijeet-muhurta/articleshow/75383535.cms][https://panchang.astrosage.com/panchang/abhijitmuhurat?language=hi Abhijit Muhurat][https://www.sacredyatra.com/yamunotri-opening-and-closing-dates.html][https://www.sacredyatra.com/gangotri-closing-and-opening-dates.html]</ref>
[[File:Gangotri temple in Uttarakhand..jpg|thumb|right|160px| অক্ষয় তৃতীয়া উপলক্ষে 'য়মুনত্ৰী' আৰু 'গংগোত্ৰী' মন্দিৰৰ উদ্বোধন]]
আন এক বিশ্বাস অনুসৰি শ্ৰী কৃষ্ণৰ বাল্য বন্ধু [[সুদামা]]ই পত্নীসহ এই দিনটোতে দ্বাৰকাত শ্ৰীকৃষ্ণক সাক্ষাৎ কৰি অসংখ্য ধন সম্পত্তিৰ গৰাকী হৈ পৰে।