২২ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{আজিৰ দিনটো|22|5|142}}
== উল্লেখযোগ্য ঘটনাৱলী ==
* ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
* ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰআৱিষ্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
* ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
* ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিস্থাপ্ৰতিষ্ঠা কৰে।
* ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।
 
== জন্ম ==
* ১৭৭২ – ৰাজা [[ৰামমোহন ৰায়]], ভাৰতীয় দাৰ্শনিক, সমাজ সংস্কাৰক (মৃত্যু ১৮৩৩ চন)
* ১৮৫৯ - আৰ্থৰ ক'নান ডয়েল, স্কটিচ সাহিত্য়িক, চাৰ্লক হোমচ চৰিত্ৰটোৰ বাবে বিখ্য়াত।
* ১৯২০ – থমাছ গল্ড, অষ্ট্ৰেলিয়ান-আমেৰিকান বিজ্ঞানী (মৃত্যু ২০০৪ চন)
 
Line 15 ⟶ 16:
 
== দিৱস ==
* বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস।
* গণতন্ত্ৰ দিৱস (শ্ৰীলংকা)
 
 
{{-}}
"https://as.wikipedia.org/wiki/২২_মে%27"ৰ পৰা অনা হৈছে