ভ্ৰাম্যমাণ থিয়েটাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
3 নং শাৰী:
 
==ভ্ৰাম্যমাণৰ জন্ম==
ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয় [[অচ্যুত লহকৰ]]ক। বঙালী [[যাত্ৰা-পাৰ্টি]] আধাৰত প্ৰথমেনামনি [[ব্ৰজনাথঅসমত শৰ্মা]]ইকেবাটাও যাত্ৰা পাৰ্টি গঢ়ি উঠে। [[অসমবৰপেটা]]ত অপেৰা১৮৬০ পাৰ্টিৰচন জন্ম দিছিল। তেখেতৰমানত [[কহিনুৰতিথিৰাম অপেৰা পাৰ্টিবায়ন]]য়ে নামৰ এজন নৃত্য-বাট্য বিশাৰদে প্ৰথমে সমগ্ৰঅসমীয়া অসমতকলা-কুশলীৰে ভ্ৰমণগঠিত যাত্ৰাদল গঠন কৰি নাট্যঅসমৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰিছিল।কৰি এইফুৰিছিল। কহিনুৰতেখেতৰ অপেৰানাটক পাৰ্টিৰকেইখন আলমতেআছিল আৰু'দুৰ্য্যোধনৰ কেবাটাওউৰু-ভংগ', অপেৰা'ৰাম পাৰ্টিবনবাস' গঢ়িআৰু উঠিছিল।'ৰাধিকাৰ তেনেমান এটাভঞ্জন'; অপেৰাইয়াৰে পাৰ্টিপ্ৰথমখন নাট আছিল পুৰণিবঙালী [[কামৰূপ]]নাট্যকাৰৰ জিলাৰআৰু অন্তৰ্গতশেষৰ (বৰ্তমানৰদুকন আছিল [[বৰপেটাপ্ৰসন্নলাল চৌধুৰী]] জিলা)ককাকদেউতা [[বজালীগোবিন্দৰাম চৌধুৰী]] অঞ্চলৰ১৮৬০ [[পাঠশালা]]চনৰপৰা নিবাসীআৰম্ভ [[সদানন্দকৰি লহকৰ]]ৰ।১৯৩০ তেখেতৰচন অপেৰাপৰ্য্যন্ত দলটোৰঘাইকৈ নামকামৰূপ আছিলআৰু [[নটৰাজগোৱালপাৰা জিলাত কেবাটাও এনে যাত্ৰা পাৰ্টি বা অপেৰা]]। দল গঢ়ি উঠিছিল।
 
১৯১০ চনত পাঠশালাত নাট্যকাৰ অভিনেতা সন্তৰাম চৌধুৰীয়ে 'পাঠশালা থিয়েটাৰ পাৰ্টি' গঠন কৰি নাট্যদলৰ লগতে মঞ্চ আৰু মঞ্চাভিনয়ৰ সা-সঁজুলি কঢ়িয়াই লৈ যোৱাৰ প্ৰথা ম্ৰথমে অৱলম্বন কৰিছিল। ১৯৩০ চনত [[ব্ৰজনাথ শৰ্মা]]ই [[কহিনুৰ অপেৰা পাৰ্টি]] গঠন কৰি প্ৰথমে সমগ্ৰ অসমত ভ্ৰমণ কৰি নাট্য প্ৰদৰ্শন কৰিছিল। কহিনুৰ অপেৰাতে অসমত প্ৰথমবাৰৰ বাবে সহ-অভিনয়ৰ পাতনি মেলা হৈছিল বুলি জনা যায়।<ref name=hist>কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক), ''ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড)'', সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থা, ফেব্ৰুৱাৰী, ২০১১ </ref> এই কহিনুৰ অপেৰা পাৰ্টিৰ আলমতে আৰু কেবাটাও অপেৰা পাৰ্টি গঢ়ি উঠিছিল। তেনে এটা অপেৰা পাৰ্টি আছিল পুৰণি [[কামৰূপ]] জিলাৰ অন্তৰ্গত (বৰ্তমানৰ [[বৰপেটা]] জিলা) [[বজালী]] অঞ্চলৰ [[পাঠশালা]] নিবাসী [[সদানন্দ লহকৰ]]ৰ। তেখেতৰ অপেৰা দলটোৰ নাম আছিল [[নটৰাজ অপেৰা]]।
 
সদানন্দ লহকৰৰ জেষ্ঠ্য ভাতৃ অচ্যুত লহকৰে 'নটৰাজ অপেৰা'ক নতুন ৰূপ দিবলৈ গৈ বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰূপ দিয়ে। অচ্যুত লহকৰে নিজৰ অনুলিখিত আত্মজীৱনীত উল্লেখ কৰিছে যে অপেৰাৰ কিছুমান ধাৰা তেখেতে ভাল নাপাইছিল আৰু সেইকেইটা সলনি কৰিবলৈ যাওঁতেই এটা নতুন অনুষ্ঠানৰ জন্ম হ'ল। তেখেতে ভাল নোপোৱা বিষয় কেইটা আছিল: পুৰুষৰ দ্বাৰা নাৰী চৰিত্ৰৰ অভিনয়, ভাষাৰ ভুল উচ্চাৰণ, সুৰত গঁথা সংলাপ আৰু অনূদিত নাটকৰ পয়োভৰ, য'ত অসমৰ পটভূমি ব্যৱহাৰ কৰা নহৈছিল। তেখেতে বিচাৰিছিল আধুনিক গদ্য সাহিত্যৰ ৰীতিত নাটকৰ বচন হওঁক আৰু নাটক হওঁক মৌলিক লগতে হওঁক অসমৰ পটভূমিৰ।
Line 9 ⟶ 11:
তাৰ বাহিৰেও এই অনুষ্ঠানটোৰ যোগেদি তেখেতে শিল্পীৰ পেছাদাৰী দিশটো টনকিয়াল কৰি ৰখাত গুৰুত্ব দিছিল। সেই বাবেই ভ্ৰাম্যমাণ থিয়েটাৰে প্ৰথমৰ পৰাই বাণিজ্যিক ভিত্তিত নাট্য-প্ৰদৰ্শন কৰাত গুৰুত্ব দিছিল তেখেতে আত্মজীৱনীত উল্লেখ কৰিছে। সেয়ে তেখেতে পোহৰ নিক্ষেপনৰ কাৰচাজী, শব্দযন্ত্ৰত ব্যৱহাৰত নতুনত্ব আৰু অন্যান্য চমকদাৰী কলা-কৌশল ব্যৱহাৰ কৰি ভ্ৰাম্যমানক যাত্ৰা-অপেৰাতকৈ পৃথক কৰি দেখুওৱাত গুৰুত্ব দিছিল।
 
সমগ্ৰ অসম পৰিভ্ৰমণ কৰি নাটক দেখুৱাবলৈ যাওঁতে আহিব পৰা অসুবিধা আদিলৈ চাই তেখেতে অস্থায়ী আৰু কঢ়িয়াই লৈ ফুৰিব পৰা মঞ্চ, প্ৰেক্ষাগৃহ, দৰ্শক বহাৰ আসন আদিও লৈ ফুৰোৱাৰ ব্যৱস্থা কৰিছিল, যাৰ বাবেই ভ্ৰাম্যমাণ থিয়েটাৰ এটা অনন্য অনুষ্ঠান হিচাপে গঢ় লৈ উঠিল।
 
==নটৰাজ থিয়েটাৰৰ প্ৰথম প্ৰদৰ্শনী আৰু ভ্ৰাম্যমাণ থিয়েটাৰ নামকৰণ==