পশ্চিম গাৰো পাৰ্বত্য জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
6 নং শাৰী:
| native_name = পশ্চিম গাৰো
| image_map = West Garo Hills in Meghalaya (India).svg
| map_caption = মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অৱস্থান।
| coordinates =
| coor_pinpoint = তুৰা, ভাৰত
18 নং শাৰী:
| established_date =
| seat_type = মুখ্যালয়
| seat = [[Turaতুৰা, Indiaভাৰত]]
| parts_type = [[Tehsils of India|Tehsils]]
| parts_style = para
51 নং শাৰী:
'''পশ্চিম গাৰো পাৰ্বত্য''' ({{lang-en|West Garo Hills}}) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ [[তুৰা|তুৰাত]] অৱস্থিত। এই জিলাখনৰ আয়তন ৩৭১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৬৪৩,২৯১ জন। ২০১১ চনলৈকে ই [[পূব খাছী পাৰ্বত্য জিলা]]ৰ পিছতে মেঘালয়ৰ সাতখন জিলাৰ দ্বিতীয়খন আটাইতকৈ জনবহুল জিলা আছিল।<ref name="districtcensus">{{cite web | url = http://www.census2011.co.in/district.php | title = District Census 2011 | access-date = 2011-09-30 | year = 2011 | publisher = Census2011.co.in}}</ref>
 
পশ্চিম গাৰো পাৰ্বত্য জিলাখন [[মেঘালয়|মেঘালয়ৰ]] পশ্চিম দিশত অৱস্থিত। জিলাখনৰ পূব দিশত আছে [[পূব গাৰো পাৰ্বত্য জিলা]], দক্ষিণ-পূবত আছে [[দক্ষিণ গাৰো পাৰ্বত্য জিলা]], উত্তৰ আৰু উত্তৰ-পশ্চিম দিশত [[অসম|অসমৰ]] [[গোৱালপাৰা জিলা]] আৰু দক্ষিণ দিশত আছে বাংলাদেশ।
 
== ইতিহাস ==
১৯৭৬ চনৰ ২২ অক্টোবৰত গাৰো পাৰ্বত্য জিলাখনক পশ্চিম গাৰো পাৰ্বত্য জিলা আৰু [[পূব গাৰো পাৰ্বত্য জিলা]] নামেৰে দুখন জিলালৈ বিভক্ত কৰা হয়। পশ্চিম গাৰো পাৰ্বত্য জিলাখনক বৰ্তমানৰ পশ্চিম গাৰো পাৰ্বত্য জিলা আৰু ১৯৯২ চনৰ জুন মাহত [[দক্ষিণ গাৰো পাৰ্বত্য জিলা|দক্ষিণ গাৰো পাৰ্বত্য জিলালৈ]] পুনৰ বিভক্ত কৰা হয়।
 
<!-- == অৰ্থনীতি ==
ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ফুলবাৰী-ধুবুৰী দলং সম্পূৰ্ণ হোৱাৰ পিছত, জিলাখন অসমৰ ধুবুৰী হৈ পশ্চিম বংগৰ সৈতে সংযোগ কৰা হ'ব।
-->
== তথ্যসূত্ৰ ==
{{Reflist}}