কুচিপুড়ি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
{{পোখালি}}
{{Infobox dance
|title = কুচিপুড়ি নৃত্য
|image = Kuchipudi Performer DS.jpg
|imagesize = 240px
|alt =
|caption = কুচিপুড়ি নৃত্যশিল্পী
|genre = [[ভাৰতীয় শাস্ত্ৰীয় নৃত্যকলা]]
|signature =
|inventor =
|year =
|country = [[ভাৰত]]
}}
'''কুচিপুড়ি নৃত্য''' (ইংৰাজী: {{Lang-en|Kuchipudi Dance}}) [[ভাৰতৰ শাস্ত্ৰীয় নৃত্য]]ৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে [[অন্ধ্ৰপ্ৰদেশ]]ৰ [[কুচিপুড়ি]] নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়।<ref name="village">{{cite news|title=‘Art has to be nurtured to sustain’|url=http://www.thehindu.com/entertainment/dance/%E2%80%98Art-has-to-be-nurtured-to-sustain%E2%80%99/article16993784.ece|accessdate=5 April 2017|work=The Hindu}}</ref><ref>{{cite web |title=Kuchipudi |url=http://www.kuchipudidance.org/kuchipudi.html |website=kuchipudidance.org |publisher=Kuchipudi Dance Academy |accessdate=7 June 2020}}</ref><ref name="M">{{cite web |title=Dance |url=http://www.indiaculture.nic.in/dance |website=indiaculture.nic.in |publisher=Ministry of Culture, Government of India |accessdate=7 June 2020}}</ref> সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান [[শ্ৰী কৃষ্ণশ্ৰীকৃষ্ণ]]ৰ পত্নী [[সত্যভামা]]ৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে। <ref> [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]], প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, [[শান্তনু কৌশিক বৰুৱা]], পৃষ্ঠা নং - ? </ref> কুচিপুড়ি হৈছে নৃত্ত, নৃত্য আৰু নাটকেৰে গঠিত এক নৃত্যনাটিকা। বৰ্তমান সময়ত কুচিপুড়ি একক, দ্বৈত আৰু দলগতভাৱে প্ৰদৰ্শন কৰা হয়। পুৰণিকালত ইয়াক দলগত ভাৱে প্ৰতিজন নাট্যকাৰে বিভিন্ন চৰিত্ৰ লৈ নৃত্যনাটিকা হিচাপেহে প্ৰদৰ্শন কৰিছিল। <ref name="M" />
 
===ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কুচিপুড়ি নৃত্যশিল্পী===
#* বেদান্তম সত্যনাৰায়ণ
#* যামিনী কৃষ্ণমূৰ্তি
#* ৰাজা ৰেড্ডী
#* ৰাধা ৰেড্ডী
 
==তথ্য সংগ্ৰহ:==
'''কুচিপুড়ি নৃত্য''' (ইংৰাজী: Kuchipudi Dance) [[ভাৰতৰ শাস্ত্ৰীয় নৃত্য]]ৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে [[অন্ধ্ৰপ্ৰদেশ]]ৰ [[কুচিপুড়ি]] নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়।<ref name="village">{{cite news|title=‘Art has to be nurtured to sustain’|url=http://www.thehindu.com/entertainment/dance/%E2%80%98Art-has-to-be-nurtured-to-sustain%E2%80%99/article16993784.ece|accessdate=5 April 2017|work=The Hindu}}</ref><ref>{{cite web |title=Kuchipudi |url=http://www.kuchipudidance.org/kuchipudi.html |website=kuchipudidance.org |publisher=Kuchipudi Dance Academy |accessdate=7 June 2020}}</ref><ref name="M">{{cite web |title=Dance |url=http://www.indiaculture.nic.in/dance |website=indiaculture.nic.in |publisher=Ministry of Culture, Government of India |accessdate=7 June 2020}}</ref> সিদ্ধেন্দ্ৰ যোগী নামৰ এজন নৃত্য গুৰুৱে ভগৱান [[শ্ৰী কৃষ্ণ]]ৰ পত্নী [[সত্যভামা]]ৰ কাহিনীৰ ভিত্তিত ‘ভামা কল্পনা’ নামৰ এখন নৃত্য-নাটিকাত এই নৃত্য কলাৰ প্ৰয়োগ কৰে। সিদ্ধেন্দ্ৰ যোগীয়ে কুচিপুড়ি গাঁৱৰ ব্ৰাহ্মণ পুত্ৰ সন্তান সকলক এই নৃত্য কলাৰ প্ৰশিক্ষণ দিয়ে ১৬৭৫ চনত গোলকোণ্ডাৰ নবাবৰ দৰবাৰত এই নৃত্যকলাৰ প্ৰদৰ্শন কৰে। ন-শৈলীৰ এই নৃত্য দেখি নবাব সন্ত্তষ্ট হয় আৰু এই নৃত্যৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে কুচিপুড়ি গাঁওখন দান কৰে। এই নৃত্যত নৰ্তকে তাল-লয়ৰ লগত সংগতি ৰাখি মাজে মাজে গান গায় আৰু সংলাপো ব্যৱহাৰ কৰে। পৰম্পৰাগত এই নৃত্য পুৰুষেহে প্ৰদৰ্শন কৰে যদিও বৰ্তমান মহিলায়ো এই নৃত্য প্ৰদৰ্শন কৰিবলৈ লৈছে। <ref> [[সংক্ষিপ্ত অসমীয়া বিশ্বকোষ]], প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, [[শান্তনু কৌশিক বৰুৱা]], পৃষ্ঠা নং - ? </ref> কুচিপুড়ি হৈছে নৃত্ত, নৃত্য আৰু নাটকেৰে গঠিত এক নৃত্যনাটিকা। বৰ্তমান সময়ত কুচিপুড়ি একক, দ্বৈত আৰু দলগতভাৱে প্ৰদৰ্শন কৰা হয়। পুৰণিকালত ইয়াক দলগত ভাৱে প্ৰতিজন নাট্যকাৰে বিভিন্ন চৰিত্ৰ লৈ নৃত্যনাটিকা হিচাপেহে প্ৰদৰ্শন কৰিছিল। <ref name="M" />
 
 
===ভাৰতৰ কেইগৰাকীমান প্ৰসিদ্ধ কুচিপুড়ি নৃত্যশিল্পী===
#বেদান্তম সত্যনাৰায়ণ
#যামিনী কৃষ্ণমূৰ্তি
#ৰাজা ৰেড্ডী
#ৰাধা ৰেড্ডী
 
==তথ্য সংগ্ৰহ:==
{{reflist}}
 
{{ভাৰতৰ শাস্ত্ৰীয় নৃত্য}}
[[শ্ৰেণী:ভাৰতৰ শাস্ত্ৰীয় নৃত্য]]
"https://as.wikipedia.org/wiki/কুচিপুড়ি"ৰ পৰা অনা হৈছে