ভাৰতীয় জন সংঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
22 নং শাৰী:
 
==সভাপতিসকলৰ তালিকা==
[[File:Shyama Prasad Mukherjee portrait in Parliament.jpg|thumb|120px|right|জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জী]]
{{refbegin|2}}
* [[শ্যামা প্ৰসাদ মুখাৰ্জী]] (১৯৫১-৫২)
Line 30 ⟶ 31:
* অৱসৰলা ৰামাৰাও (১৯৬১)
* ৰঘুবীৰা (১৯৬৩)
* বছৰাজ ব্যাস (১৯৬৫)শ্যা
* [[বলৰাজ মাধোক]] (১৯৬৬)
* [[দীনদয়াল উপাধ্যায়]] (১৯৬৭-৬৮)
Line 36 ⟶ 37:
* [[লালকৃষ্ণ আদৱানী]] (১৯৭৩-৭৭)
{{refend}}
 
==সাধাৰণ নিৰ্বাচনত প্ৰদৰ্শন ==
১৯৫১ চনত প্ৰতিষ্ঠা হোৱা জনসংঘই প্ৰথমটো সাধাৰণ নিৰ্বাচনত ৩খন লোকসভা আসনত জয়লাভ কৰিছিল। আন দুটা হিন্দুত্ববাদী ৰাজনৈতিক দল [[হিন্দু মহাসভা]] আৰু [[ৰামৰাজ্য পৰিষদ|ৰামৰাজ্য পৰিষদে]] উক্ত নিৰ্বাচনত লাভ কৰা আসনৰ সংখ্যা আছিল ক্ৰমে ৪খন আৰু তিনিখন। [[শ্যামাপ্ৰসাদ মুখাৰ্জী]] আৰু দুৰ্গাচৰণ বেনাৰ্জী [[পশ্চিমবংগ]]ৰ পৰা জয়লাভ কৰিছিল আৰু জনসংঘৰ তৃতীয়জন সদস্য উমা শংকৰ ত্ৰিবেদী [[ৰাজস্থান]]ৰ পৰা জিকি আহিছিল। শ্যামাপ্ৰসাদৰ নেতৃত্বত সম-মনস্ক দলসমূহে সংসদত এটা গোট গঠন কৰিছিল।{{sfn|Nag|2014|loc=chapter 1}}<ref name=roots>{{cite news |author=Archis Mohan |title=The roots of India's second republic |newspaper=Business Standard |date=9 October 2014 |url=http://www.business-standard.com/article/beyond-business/the-roots-of-india-s-second-republic-114100901275_1.html |access-date=8 November 2014}}