ভাৰতীয় জন সংঘ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

19 নং শাৰী:
১৯৪৯ পিছত সোঁপন্থী হিন্দুত্ববাদী সংগঠন [[ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ]]ই [[ব্ৰিটিছ ৰাজ|ব্ৰিটিছ]]ৰ শাসনকালতে আৰম্ভ কৰা তেওঁলোকৰ কামকাজ আৰু বিচাৰধাৰা আগবঢ়াই লৈ যাবলৈ এটা ৰাজনৈতিক দল গঠন কৰাৰ সম্পৰ্কত চিন্তা-চৰ্চা আৰম্ভ কৰে। সেই একে সময়তে শ্যামাপ্ৰসাদ মুখাৰ্জীয়েও অহিন্দু লোককো দলৰ সদস্যপদৰ বাবে অনুমতি দিয়া সংক্ৰান্তত অসহমত হৈ ৰাজনৈতিক দল [[হিন্দু মহাসভা]] ত্যাগ কৰিছিল।{{sfn|Urmila Sharma|SK Sharma|2001|p=381}}{{sfn|Kedar Nath Kumar|1990|pp=20–21}}{{sfn|Islam|2006b|p=227}} ১৯৫১ৰ ২১ অক্টোবৰত<ref>{{cite web|title=Founding of Jan Sangh|url=http://www.bjp.org/en/about-the-party/history?u=founder |website=www.bjp.org |access-date=25 January 2019}}</ref> দিল্লীত শ্যামাপ্ৰসাদে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহযোগত [[ভাৰতীয় জাতীয় কংগ্ৰেছ|কংগ্ৰেছ]] দলৰ বিৰুদ্ধে এক ৰাষ্ট্ৰীয় বিকল্প হিচাপে জনসংঘ গঠন কৰে।<ref name=IEGuinha>{{cite news|title=Revive Jan Sangh -- BJP hardlines|url=http://expressindia.indianexpress.com/ie/daily/20000118/ina18037.html|access-date=11 October 2013|newspaper=[[The Indian Express]]|date=18 January 2000|author=Sharad Gupta|author2=Sanjiv Sinha|url-status=dead|archive-url=https://web.archive.org/web/20131012195411/http://expressindia.indianexpress.com/ie/daily/20000118/ina18037.html|archive-date=12 October 2013}}</ref>
 
দলৰ নিৰ্বাচনী চিহ্ন আছিল তেলৰ চাকি আৰু স্বয়ংসেৱক সংঘৰ দৰে তেওঁলোকেও তেওঁলোকৰ বিচাৰধাৰা হিন্দুত্বৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল। ১৯৫৩ত শ্যামাপ্ৰসাদৰ মৃত্যুৰ পিছত জনসংঘত থকা স্বয়ংসেৱক সংঘৰ কৰ্মকৰ্তাসকলক আঁতৰাই দি ইয়াক সংঘৰ ৰাজনৈতিক শাখা আৰু সংঘ পৰিয়ালৰ অবিচ্ছেদ্য অংগৰূপে গঢ় দিয়া হৈছিল। <ref name="roots">{{Citecitation news|first=Pralaya |last=Archis MohanKanungo |datetitle=9Myth Octoberof 2014the Monolith: |title=The rootsRSS ofWrestles to Discipline India'sIts secondPolitical republicProgeny |workjournal=BusinessSocial StandardScientist |urlvolume=http:34 |pages=51–69 |number=11//www.business-standard.com/article/beyond-business/the-roots-of-india-s-second-republic-114100901275_1.html12 |access-date=8 November 20142006 |jstor=27644183}}</ref>
 
==সভাপতিসকলৰ তালিকা==