২৯ মে': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

3 নং শাৰী:
* ১৩২৮ - পঞ্চম ফিলিপে ফ্ৰান্সৰ ৰাজমুকুট গ্ৰহণ কৰে।
* ১৪৫৩ - কনষ্টাণ্টিনোপল বিজয়: ছুলতান দ্বিতীয় মুহাম্মদৰ নেতৃত্বত উছমানী সেনাই ৫৩ দিন অবৰোধৰ পাছত বাইজেণ্টাইন ৰাজধানী কনষ্টাণ্টিনোপল জয় কৰে আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে।
* ১৬৩০ - দ্বিতীয় চাৰ্লচ, ইংলেণ্ড, স্কটলেণ্ড আৰু আয়াৰলেণ্ডৰ ৰজা। (মৃত্য়ুঃ ১৬৮৫)
* ১৭২৭ - দ্বিতীয় পিটাৰ ৰাছিয়াৰ ৰজা হয়।
* ১৯৫৩ - [[টেনজিং নৰ্গে]] আৰু এণ্ডমান হিলাৰীয়ে যৌথভাবে পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ [[মাউণ্ট এভাৰেষ্ট]] জয় কৰে। দুয়োজনৰ ভিতৰত তেনজিং নৰগে প্ৰথমে শৃঙ্গত উঠিছিল।
"https://as.wikipedia.org/wiki/২৯_মে%27"ৰ পৰা অনা হৈছে